Month: June 2023

ব্ৰেকফাষ্টত কিছুমান বস্তু একেবাৰে খাব নালাগে

ব্ৰেকফাষ্টত কিছুমান বস্তু একেবাৰে খাব নালাগে

কোৱা হয় যে-ৰাতিপুৱাটো যিমানেই ভালকৈ আৰম্ভ হব-সিমানেই দিনটো ভাল হব।এই বস্তুটো ব্ৰেকফাষ্টৰ বাবে বহু পৰিমাণে উপযুক্ত। ব্ৰেকফাষ্টত আমি আমাৰ খাদ্যত-ফাইবাৰ,প্ৰটিন আৰু স্বাস্থ্যকৰ খাদ্য সেৱন কৰা উচিত।কিন্তু ইয়াৰ লগতে-কিছু সাৱধানতাও প্ৰয়োজনীয়।সেইবাবে-আমি ব্ৰেকফাষ্টত কিছুমান বস্তু একেবাৰে খাব নালাগে।নহলে-স্বাস্থ্যৰ ক্ষতি হব পাৰে। ১/কফি- বহুতৰে ৰাতিপুৱা সাৰ পোৱাৰ পাছত-কফি খোৱাৰ অভ্যাস আছে-যদিও-কফি সেৱনৰ পাচতহে

ফেটি লিভাৰত আক্ৰান্ত হ’লে এনেধৰণৰ খাদ্য নাখাব

ফেটি লিভাৰত আক্ৰান্ত হ’লে এনেধৰণৰ খাদ্য নাখাব

ফেটি লিভাৰজনিত সমস্যাত আজিকালি অসংখ্যজনে দুৰ্ভোগ ভোগে৷ ফেটি লিভাৰ হৈছে লিভাৰত অতিৰিক্ত মেদ জমা হোৱা৷ এই ফেটি লিভাৰত আক্ৰান্ত হ’লে কিছুদিনলৈকে কোনোধৰণৰ সমস্যাৰ সৃষ্টি নহয় আৰু কোনো উপসৰ্গইও দেখা নিদিয়ে৷ ক’ব নোৱাৰাকৈয়ে লিভাৰৰ আকাৰ বৃদ্ধি পায়৷ লাহে লাহে ফেটি লিভাৰত আক্ৰান্ত হ’লে পেটত সামান্য বিষ অনুভৱ হয়৷ গুৰুত্ব নিদিলে এই

সন্তানক কেনেকৈ কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰিব

সন্তানক কেনেকৈ কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰিব

কিতাপ মানুহৰ পৰম বন্ধু। আগতে কোৱা হৈছিল- কিতাপ পঢ়াৰ সমান সহজ কাম নাই। কিন্তু সময়ৰ সলনিৰ লগে লগে হাতে হাতে আহি পৰিল ম’বাইল ফোন। মানুহে ম’বাইলতে সকলো বস্তু পোৱা হ’ল, হাতৰ মুঠিতে আহি পৰিল মনোৰঞ্জন জগতখন। যাৰ ফলত কিতাপ পঢ়াৰ আগ্ৰহত ব্যাঘাত জন্মিছে। তাৰ পাছতো কিতাপ পঢ়াৰ অভ্যাস ৰাখিবই লাগিব

দাঁত হালধীয়া হৈ পৰিছে, এইদৰে পৰিষ্কাৰ কৰক

দাঁত হালধীয়া হৈ পৰিছে, এইদৰে পৰিষ্কাৰ কৰক

দাঁত হালধীয়া হোৱাৰ সমস্যাত ভোগে অনেকেই৷ বহুক্ষেত্ৰত দেখা যায় লিভাৰৰ সমস্যা থাকিলে বা কোনো অসুখৰ কাৰণে দীৰ্ঘদিন ধৰি ঔষধ খাই থাকিলে দাঁতত দাগ পৰে বা হালধীয়া হয়৷ অনেকে আকৌ সময়ত ভালদৰে টুথব্ৰাছ আদিৰে পৰিষ্কাৰ নকৰাৰ ফলতো দাঁত হালধীয়া হয়৷ মলিয়ন বা হালধীয়া দাঁত মজবুত আৰু পৰিষ্কাৰ কৰাৰ অনেক উপায় আছে৷

কিদৰে পৰিস্কাৰ কৰিব পাৰি বাথৰূমৰ শ্বাৱাৰৰ জালখন

কিদৰে পৰিস্কাৰ কৰিব পাৰি বাথৰূমৰ শ্বাৱাৰৰ জালখন

যিসকল লোকৰ ঘৰৰ বাথৰূমত শ্বাৱাৰৰ সুবিধা আছে, তেওঁলোকে শ্বাৱাৰ ব্যৱহাৰ কৰাটো নিত্য-নৈমিত্তিক অভ্যাস৷ দীৰ্ঘদিন ধৰি শ্বাৱাৰ ব্যৱহাৰৰ পাছত কেতিয়াবা শ্বাৱাৰেৰে ভালদৰে পানী নোলোৱা হৈ পৰে৷ শ্বাৱাৰৰ জালখন কেইবাদিন পৰিষ্কাৰ নকৰাৰ ফলত শ্বাৱাৰৰ জালৰ ফুটাত পানীৰ গেদ অথবা আইৰণৰ আৱৰণ পৰি যায়৷ ফলত শ্বাৱাৰেৰে পানী ভালদৰে নসৰকা হয়৷ এনে হ’লে শ্বাৱাৰেৰে