Month: June 2023

শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ”জীৱনৰ স’তে” স্বনিয়োজন আৰু স্বাৱলম্বিতাৰ দিশে এখোজ এক অনুষ্ঠান…

শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ”জীৱনৰ স’তে” স্বনিয়োজন আৰু স্বাৱলম্বিতাৰ দিশে এখোজ এক অনুষ্ঠান…

শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ”জীৱনৰ স’তে” স্বনিয়োজন আৰু স্বাৱলম্বিতাৰ দিশে এখোজ এক অনুষ্ঠান অনুষ্ঠিত কৰে। নাজিৰাৰ শিমলুগুৰিৰ শ্বহীদ ভৱনত শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ”জীৱনৰ স’তে”স্বনিয়োজন আৰু স্বাৱলম্বিতাৰ দিশে এখোজ এক অনুষ্ঠান ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰে। আজি এই অনুষ্ঠানৰ আলোচনা চক্ৰত সমল ব্যক্তি হিচাবে উপস্থিত থাকে শিৱসাগৰ জিলাৰ

বিহালী বুৰৈঘাটত বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জা জব্দ : বিহালী আৰক্ষীৰ নাকাচেকিঙত জব্দ গাঞ্জা বাহন সহ ২বেপাৰী

বিহালী বুৰৈঘাটত বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জা জব্দ : বিহালী আৰক্ষীৰ নাকাচেকিঙত জব্দ গাঞ্জা বাহন সহ ২বেপাৰী

  বিহালীত একাধিক বাৰ জব্দ হৈ আহিছে অবৈধ সুৰা অথবা গাঞ্জা এই বাৰ আজি বুধবাৰে বিহালী বুৰৈঘাটত আৰক্ষীৰ নাকাচেকিঙত পুৱা ৮-৪০ বজাত জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জা বাহন সহ দুজন ব্যৱসায়। বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুছিং বে নেতৃত্বত যোৱা আৰক্ষীৰ দলে এক গোপন সুত্ৰৰ পমখেদি

চোৰৰ ৰূপত ঠিকাদাৰ; টীয়কৰ এটা চৰকাৰী কাৰ্যালয়ত উদ্ধাৰ বৃহৎ পৰিমানৰ চুৰি পাইপ…

চোৰৰ ৰূপত ঠিকাদাৰ; টীয়কৰ এটা চৰকাৰী কাৰ্যালয়ত উদ্ধাৰ বৃহৎ পৰিমানৰ চুৰি পাইপ…

চোৰৰ ৰূপত ঠিকাদাৰ । টীয়কৰ এটা চৰকাৰী কাৰ্যালয়ত উদ্ধাৰ বৃহৎ পৰিমানৰ চুৰি পাইপ। চোৰাং পাইপেৰে চলিছে নেকি টীয়ক পৌৰসভাৰ পানী যোগান আঁচনিৰ কাম। টীয়কৰ প্ৰতিবেদক ২৮ জুন /২৩ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ টীয়ক টাউনস্থিত পানী যোগান আঁচনিৰ চৌহদত আজি টীয়ক আৰক্ষীৰ সহযোগত শিৱসাগৰ আৰক্ষীয়ে বৃহৎ সংখ্যক চুৰি পাইপ উদ্ধাৰ কৰে। জানিব

মুখ্যমন্ত্ৰীৰ পথ দুৰ্ঘটনাৰ সজাগতাৰ নিৰ্দেশৰ পিছতেই তৎপৰ যোৰহাটৰ DC আৰু SP/NHIDCL…

মুখ্যমন্ত্ৰীৰ পথ দুৰ্ঘটনাৰ সজাগতাৰ নিৰ্দেশৰ পিছতেই তৎপৰ যোৰহাটৰ DC আৰু SP/NHIDCL…

মুখ্যমন্ত্ৰীৰ পথ দুৰ্ঘটনাৰ সজাগতাৰ নিৰ্দেশৰ পিছতেই তৎপৰ যোৰহাটৰ DC আৰু SP/NHIDCL ৰ বিষয়াক লগত লৈ নিৰ্মিয়মাণ চাৰিলেনযুক্ত টীয়কৰ ঘাইপথত বুজ ললে কামৰ খাতিয়ান । টীয়কৰ প্ৰতিবেদক ২৮ জুন /২৩   মুখ্যমন্ত্ৰীৰ পথ সজাগতা আৰু দুৰ্ঘটনা প্ৰতিৰোধ ভিডিঅ কনফাৰেন্সৰ পাছতেই তৎপৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন৷আজি NHIDCL ৰ বিষয়াক লগত লৈ

বুধবাৰে নগাঁৱৰ কলংপাৰ বিদ্যাপীঠত আয়োজন কৰা হয় এখনি স্মৃতিচাৰণ সভা।

বুধবাৰে নগাঁৱৰ কলংপাৰ বিদ্যাপীঠত আয়োজন কৰা হয় এখনি স্মৃতিচাৰণ সভা।

বুধবাৰে নগাঁৱৰ কলংপাৰ বিদ্যাপীঠত আয়োজন কৰা হয় এখনি স্মৃতিচাৰণ সভা। নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকর্মী হৰেশ্বৰ দেৱ গোস্বামীৰ পৱিত্ৰ সোৱৰণত অনুষ্ঠিত কৰা হয় স্মৃতিচাৰণ সভা খন। অসমৰ প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱাই সভাপতিত্ব কৰে স্মৃতিচাৰণ সভাখনিৰ। উক্ত সভাখনত হৰেশ্বৰ দেৱ গোস্বামীক মৃত্যুৰ সময়ত সহায় কৰা মঃ হজৰত আলিক সম্বৰ্ধনা জ্ঞাপন