বিখ্যাত বিজ্ঞানী এলবার্ট আইনষ্টাইনে এবাৰ কৈছিল, “স্কুলত পঢ়াশুনা কৰিলেই জ্ঞান অর্জন কৰা নাযায়, আজীৱন প্রচেষ্টাৰেহে সেয়া লাভ কৰিব পাৰি”। আচলতে আইনষ্টাইনে স্কুলত পঢ়াৰ বিৰোধিতা কৰি সেই কথা কোৱা নাছিল। পঢ়ুৱৈৰ জ্ঞানৰ ক্ষুধা বঢ়োৱা সন্দৰ্ভতহে সেই কথা কৈছিল। যি কি নহওঁক, ঘৰৰ পাছত স্কুলেই হ’ল সেইখন ঠাই য’ত সন্তানে সকলোতকৈ বেছি
Month: June 2023
আজিকালি প্ৰায়ভাগেই কম-বেছি পৰিমাণে এচিডিটিৰ সমস্যাত ভোগে৷ ফলত এই সমস্যাৰ পৰা সকাহ পাবলৈ মুঠিয়ে মুঠিয়ে দৰব খাবলগীয়া হয়৷ কেতিয়াবা কেতিয়াবা দৰৱ খায়ো এচিডিটিৰ পৰা পৰিত্ৰাণ পাব পৰা নাযায়৷ সেয়ে কিবা এটা খোৱাৰ আগতে দহবাৰ ভাবিবলগীয়া হয়৷ কিন্তু এচিডিটিৰ পৰা সকাহ পোৱাৰ ঘৰুৱা উপায়ো নথকা নহয়৷ উল্লেখ কৰা হ’ল এচিডিটিৰ পৰা
বহুতো মাকে কণমানি শিশুটিৰ মন ভুলাবলৈ নিজৰ গহনা, কিছুমান প্রসাধন সামগ্ৰী সিঁহতৰ হাতত তুলি দিয়ে। কণমানিবোৰেও এইবোৰ খুব পছন্দ কৰে। কিন্তু সমস্যা হয় তেতিয়াহে, যেতিয়া শিশুটি লাহে লাহে প্রসাধনৰ প্রতি আসক্ত হৈ উঠে। পাছত আকৌ মাক-দেউতাকেই সন্তানৰ তেনে অভ্যাস মানি ল’ব নোৱাৰা হয়, খং কৰে। তেনেক্ষেত্ৰত কি কৰা উচিত? ১)
চকুৰ দৃষ্টি শক্তি বিভিন্ন কাৰণত হ্ৰাস পাব পাৰে৷ সময়মতে চকুৰ যতন নল’লে কেতিয়াবা একেবাৰে দৃষ্টি শক্তি হেৰুৱাই পেলোৱাৰো আশংকা থাকে৷ বিভিন্ন ৰোগ যেনে চকুত ছানি পৰা, ডায়েবেটিছ, গ্ল’ক’মা আদিৰ বাবে চকুৰ দৃষ্টি শক্তি সাধাৰণতে হ্ৰাস পায়৷ আনহাতে বৰ্তমান সময়ত অনলাইনযোগে বিভিন্ন কাম কৰিব লগা হয়৷ দীৰ্ঘসময় ধৰি এইদৰে অনলাইনত ব্যস্ত
আধুনিক জীৱনশৈলীয়ে সৃষ্টি কৰা বিভিন্ন শাৰীৰিক ব্যাধিৰ ভিতৰত মেদবহুলতা, শৰীৰৰ ওজনৰ ভাৰসাম্যহীনতা আদিও উল্লেখনীয়৷ শৰীৰৰ ওজন হ্ৰাস কৰাৰ বাবে প্ৰতিদিনে কেইটামান বিশেষ কৌশল অৱলম্বন কৰিব পাৰে৷ ইয়াৰ ভিতৰত আছে– নিয়মিত ব্যায়াম, স্বাস্থ্যকৰ খাদ্য, প্ৰয়োজনীয় নিদ্ৰা আদি৷ ওজন হ্ৰাস কৰাৰ বাবে স্বাস্থ্যকৰ পৰিৱেশ, স্বাস্থ্যকৰ খাদ্য অত্যন্ত গুৰুত্বপূৰ্ণ৷ ওজন হ্ৰাস