Month: June 2023

ওড়িশাৰ ৰে’ল দুৰ্ঘটনাস্থলীত উদ্ধাৰ অসমৰ দুলাল মজুমদাৰ!

ওড়িশাৰ ৰে’ল দুৰ্ঘটনাস্থলীত উদ্ধাৰ অসমৰ দুলাল মজুমদাৰ!

📌 ওড়িশাৰ ৰে’ল দুৰ্ঘটনাস্থলীত উদ্ধাৰ অসমৰ দুলাল মজুমদাৰ।📌 দুৰ্ঘটনাৰ দুদিন পিছত জীৱিত অৱস্থাত উদ্ধাৰ যুৱকজন।📌 দুৰ্ঘটনাস্থলীৰ কিছু দূৰৈত উদ্ধাৰ যুৱকজনক।📌 দেওবাৰে পুৱা উদ্ধাৰ কৰা হয় দুলাল মজুমদাৰক।📌 বৰ্তমান বালাছড়ৰ জিলা মুখ্য কাৰ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি।

অৰুণাচলৰ নিক’লকত শোকাৱহ ঘটনা, নৈত গা-ধুবলৈ গৈ জোনাইৰ ২ যুৱকৰ মৃত্যু

অৰুণাচলৰ নিক’লকত শোকাৱহ ঘটনা, নৈত গা-ধুবলৈ গৈ জোনাইৰ ২ যুৱকৰ মৃত্যু

-অৰুণাচলৰ নিক’লকত শোকাৱহ ঘটনা -নৈত গা-ধুবলৈ গৈ জোনাইৰ ২ যুৱকৰ মৃত্যু -মৃত্যু অমৰ হৰিজন আৰু মৃদুল সোনোৱালৰ -ঘটনাস্থলীত উপস্থিত অৰুণাচল আৰক্ষী -সমনীয়াৰ সৈতে নিক’লক নৈত গা ধুবলৈ গৈছিল দুয়ো -মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ

ধেমাজিৰ পাণবাৰীৰ গুলীচালনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ধেমাজিৰ পাণবাৰীৰ গুলীচালনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

📌 ধেমাজিৰ পাণবাৰীৰ গুলীচালনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া📌 ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ📌 ‘এয়া প্ৰতিবেশী ৰাজ্যৰ কাম নহয়’📌 ‘সাধাৰণতে চুবুৰীয়া ৰাজ্যই আক্ৰমণ নকৰে’📌 ‘কিছুমান লোকে মাটিৰ লোভত এনে কাম কৰে’📌 ‘জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকে তদন্ত কৰিব’

বটদ্ৰৱাত উচ্ছেদিত ভূমিত পুনৰ বেদখলকাৰীয়ে সাজিছে দোকানঘৰ

বটদ্ৰৱাত উচ্ছেদিত ভূমিত পুনৰ বেদখলকাৰীয়ে সাজিছে দোকানঘৰ

▶ বটদ্ৰৱাত উচ্ছেদিত ভূমিত পুনৰ বেদখলকাৰীয়ে নিশাটোৰ ভিতৰতে সাজিছে দোকানঘৰ▶ সাংবাদিকৰ কেমেৰাত বন্দী হৈছে ভয়ংকৰ দৃশ্য▶ কুম্ভকৰ্ণ নিদ্রাত নগাঁও আৰক্ষী প্ৰশাসনৰ লগতে ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া

অৰুণাচলীৰ আক্ৰমণৰ বলি দুই অসমীয়া যুৱক!

অৰুণাচলীৰ আক্ৰমণৰ বলি দুই অসমীয়া যুৱক!

▶ অৰুণাচলীৰ আক্ৰমণৰ বলি দুই অসমীয়া যুৱক▶ সংকটজনকভাৱে চিকিৎসালয়লৈ নিয়া যুৱকদ্বয় হৈছে পুষ্প গগৈ আৰু মণিতুৰ গগৈ▶ অৰুণাচলীয়ে হাতে হাতে লৈ আহিছিল মাৰাণাস্ত্ৰ▶ নাতিদূৰৈৰ পৰা অসমীয়া যুৱকক লক্ষ্য কৰি গুলীয়াইছিল অৰুণাচলীয়ে