Month: June 2023

টোপনি ভাল নহয়? কি কৰিব?

টোপনি ভাল নহয়? কি কৰিব?

শৰীৰ সুস্থ ৰাখিবলৈ হ’লে পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন৷ টোপনি ভাল নহ’লে বা সঘনাই টোপনি ভাঙিলে স্বাস্থ্যত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে৷ ফলত, বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিয়ে৷ বহুতৰে আকৌ ৰাতি সঘনাই টোপনি ভাঙে৷ ফলত পিছদিনা মূৰৰ বিষ আৰু শৰীৰ অৱশ লাগে৷ বৰ্তমান সময়ত প্ৰায়ভাগৰে অনিয়মীয়া জীৱন-যাপনৰ প্ৰৱণতা বাঢ়িছে৷ বহুতেই সময়মতে খোৱা, শোৱা

সন্তান লাভৰ সুখৰ পৰা বঞ্চিত কৰিব পাৰে ‘মেকআপ’য়ে

সন্তান লাভৰ সুখৰ পৰা বঞ্চিত কৰিব পাৰে ‘মেকআপ’য়ে

যিকোনো বস্তুৰ অত্যাধিক ব্যৱহাৰে সদায়ে সমস্যাৰ সৃষ্টি কৰে।মেকআপৰ ক্ষেত্ৰতো একেই।সকলো মহিলা ধুনীয়া হৈ থাকিবলৈ বিচাৰে। সেয়ে স্বাভাৱিকভাৱেই তেওঁলোক মেকআপৰ প্ৰতি আকৰ্ষিত হৈ পৰে। এনে বহু মহিলা আছে যিয়ে নিজকে নিখুঁত ৰূপ দিবলৈ তথা আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ মেকআপক তেওঁলোকৰ ৰুটিনৰ এক গুৰুত্বপূৰ্ণ অংশ কৰি লয়। মেকআপয়ে আপোনাৰ সৌন্দৰ্য আৰু আত্মবিশ্বাস বৃদ্ধি

শিশু সন্তানৰ মোবাইল আসক্তি কমোৱাৰ বাবে গ্ৰহণ কৰক এনে ব্যৱস্থা…

শিশু সন্তানৰ মোবাইল আসক্তি কমোৱাৰ বাবে গ্ৰহণ কৰক এনে ব্যৱস্থা…

শিশু হৈছে দেশৰ সম্পদ। ডিজিটালাইইজেচনৰ এই যুগত শিশুৰ ম’বাইল আসক্তি দিনে দিনে বাঢ়ি আহিছে। বিষয়টো অভিভাৱকৰ বাবেও এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। গৱেষকৰ মতে শিশুৰ ম’বাইল আসক্তি বৃদ্ধি হোৱাৰ বাবে পাৰিবাৰিক বন্ধনৰ ধাৰণাও সলনি হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱানলাইট ইনষ্টিটিউটে শিশুৰ বাবে ম’বাইল আসক্তি হ্ৰাস কৰাৰ উপায় প্ৰদান কৰিছে। শিশুৰ

নিজেই নিয়ন্ত্ৰণ কৰক ছাইনাছাইটিছ

নিজেই নিয়ন্ত্ৰণ কৰক ছাইনাছাইটিছ

আজিকালি সৰুৱেই হওক বা ডাঙৰেই হওক প্ৰায়ভাগৰে মুখত ছাইনাছাইটিছ সমস্যাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ আমাৰ মুখমণ্ডলৰ ভিতৰত চাৰিযোৰ বায়ুকক্ষ বা ছাইনাছ থাকে৷ ছাইনাছবোৰৰ ভিতৰৰ পৰা পাতল মিউকাছ নিঃসৰণ হয়৷ এই মিউকাছ ক্ষুদ্ৰনলী বা ছিদ্ৰৰ জৰিয়তে নাকৰ ভিতৰলৈ ওলাই আহে আৰু ছাইনাছবোৰে নিজকে পৰিষ্কাৰ আৰু জীৱাণুমুক্ত কৰি নিজৰ কাম পৰিচালনা কৰে৷