ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে সঘন বৃদ্ধি পাইছে দূৰ্ঘটনা । এক কথাত কবলৈ গলে মৃত্যু উপত্যকাত পৰিণত হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । উল্লেখযোগ্য যে পথ সম্প্ৰসাৰণৰ কাম অতি লেহেমীয়া হোৱা তথা বিজ্ঞানসন্মত নোহোৱাৰ বাবেই সঘন বৃদ্ধি পাইছে দূৰ্ঘটনা ।পথৰ দুৰৱস্থাৰ বাবে শুক্ৰবাৰে নিশা টীয়ক চাহ বাগিচাৰ সমীপত পথৰ
Month: June 2023
গোসাইগাঁও ২ জুনঃ আন্তঃ ৰাষ্ট্ৰীয় মিলেট দিৱসৰ লগত সংগতি ৰাখি আজি গোসাইগাঁৱত সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ ৩১ নম্বৰ বাহিনীৰ উদ্যোগত আন্তঃ ৰাষ্ট্ৰীয় ‘মিলেট’ দিৱস পালন কৰা হয় ৷ গোসাইগাঁও মহকুমাৰ তেলিপাৰাৰ মাটিয়াজুৰিস্থিত এছ এছ বিৰ মুখ্য ছাউনীত সংদীক্ষা পৰিয়ালৰ সহযোগত আয়োজিত অনুষ্ঠানত মিলেটৰ পৰা তৈৰি কৰা বিভিন্ন
Mommy-to-be Ileana D’Cruz is currently on her “Babymoon.” The actress made the delightful announcement about her pregnancy on social media back in April, and since then, she has been sharing snippets from her pregnancy journey with her followers. However, the actress set tongues wagging and fueled engagement speculations as she
অসম আন্দোলনৰ সক্ৰিয় কৰ্মী,শংকৰী কলা-কৃষ্টিৰ সাধক,সমাজকৰ্মী ক্ষীৰকান্ত শইকীয়াৰ স্মৃতিচাৰণ সভা সম্পন্ন
নিউজ ব্যুৰ’,নগাঁও,২জুন:–নগাঁও জিলাৰ বেবেজীয়া যুৰীয়া নামঘৰ সমীপৰ নিবাসী অসম আন্দোলনৰ সক্ৰিয় কৰ্মী,শংকৰী কলা-কৃষ্টিৰ সাধক,বিশিষ্ট সমাজকৰ্মী,ধৰ্মপ্ৰাণ ব্যক্তি ক্ষীৰকান্ত শইকীয়াৰ স্মৃতিচাৰণ সভাখনি শুকুৰবাৰে অনুষ্ঠিত হৈ যায় । শইকীয়াৰ মৃত্যুৰ মাহেকীয়া তিথি উপলক্ষে নিজা বাসভৱনত অনুষ্ঠিত সভাৰ আৰম্ভণিতে পুৱাৰ ভাগত সমাজৰ ভকত-বৈষ্ণৱসকলৰ উপস্থিতিত পুথি পাঠ কৰা হয় ৷ বিশিষ্ট শিক্ষাবিদ তথা বেবেজীয়া
নিউজ ব্যুৰ’,নগাঁও,২জুন:–মধ্য অসমৰ অন্যতম সাংস্কৃতিক গোষ্ঠী “কল্লোল”ৰ উদ্যোগত শুক্ৰবাৰে এক সম্বৰ্ধনা তথা অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয় ।সম্বৰ্ধনা তথা অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে “সাদিন-প্ৰতিদিন গোষ্ঠী”ৰ স্বত্বাধিকাৰ তথা “অসমীয়া প্ৰতিদিন” কাকতৰ সম্পাদক জয়ন্ত বৰুৱা ।হেমকোষৰ “ব্ৰেইল সংস্কৰণ” প্ৰকাশ কৰি অসমীয়াৰ লগতে সমগ্ৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে সাদিন-প্ৰতিদিন গোষ্ঠীৰ সম্পাদক গৰাকীয়ে