টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ টীয়কবাসীৰ বাবে সুখবৰ।কালিৰ পৰা টীয়কত আৰম্ভ হৈছে কড়ক চাহ নামৰ এখন চাহৰ অত্যাধিক দোকান।হয় যি সময়ত চাকৰি বিচাৰি একাংশ যুৱকে বৰ্হি ৰাজ্যত হাবাথুৰি খাই ফুৰিছে বা অসম চৰকাৰেও বহু শিক্ষত নিবনুৱাক চাকৰি প্ৰদান কৰিছে তাৰ মাজতে যোৰহাটৰ লুৰুকীহাটৰ যুৱক ধ্ৰুৱজ্যোতি দত্তই টীয়ক নগৰৰ মাজমজিয়াত চাহ
Month: June 2023
টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে অনশন কাৰ্যসূচী।ৰাজ্য চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আজি শিমলুগুৰি মৌজা আৰূ চেলেংহাট আঞ্চলিক ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে অনশন কাৰ্যসূচী।টীয়কৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ চৌহদত পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা এই অনশন কাৰ্যসূচীত শিমলুগুৰি
ন-মাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানৰ আজি সামৰণি অনুষ্ঠান । দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা অনুষ্ঠানটিত পুৱাৰ ভাগত পৰিৱেশ নিকাকৰণ , বৃক্ষৰোপনৰ পিছতে ৫১ খনি পতাকা উত্তোলনৰ পাতনি মেলে প্ৰতিষ্ঠাপক প্ৰাক্তন প্ৰধান শিক্ষক ৰেজিমুদ্দিন আহমেদে । শ্বহীদ তৰ্পণ কৰে প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেম চন্দ্ৰ বৰগোহাঁই আৰু অৱসৰপ্ৰাপ্ত শিক্ষক
সমগ্ৰ অসমৰ লগতে নাজিৰা শিমলুগুৰিত সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে ১০ঘণ্টীয়া অনশন কাৰ্যসূচী। ৰাজ্য চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আজি শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে অনশন কাৰ্যসূচী। শিমলুগুৰিত পুৱা ৬ বজাৰ পৰা ৪ বজালৈ আৰম্ভ হোৱা এই অনশন কাৰ্যসূচীত শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে কেইবাখনো আঞ্চলিকৰ
অতীতৰ পৰাই মনুষ্যই বিশ্বাস অনুযায়ী সমাজৰ মংগলৰ হকে কৰি অহা বিভিন্ন দেৱ-দেৱীৰ পূজা-অৰ্চনাই যেন এতিয়াওঁ একে আছে | ভাৰতবৰ্ষৰ তেলেংগু সম্প্ৰদায়ৰ লোক সকলে অতীতৰ পৰাই তেওঁলোকৰ দেৱী শ্ৰী শ্ৰী সিন্দ কোঠাৰী দেৱতাক পূজা-আৰাধনা কৰি আহিছে | অসমত বসবাস কৰা বৃহত্তৰ তেলেগু সম্প্ৰদায়ৰ লোকসকলেওঁ এই পূজা প্ৰত্যক বছৰে মে’ মাহত পালন