ওদালগুৰিৰ বৰঙ্গাজুলিত ভয়ংকৰ পথ দুৰ্ঘটনা , এগৰাকী কন্যা শিশু আহত ৷ আজি ৰাতিপুৱা প্ৰায় ৫.৩০ মান বজাত AS-02-CC-8726 নম্বৰৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত এটি পৰিয়ালৰ বাসগৃহ মহতিয়াই লৈ যায় । ওদালগুৰি- তামুলপুৰ পথৰ বৰঙ্গাজুলিৰ সমীপৰ নৃপেন বড়ো নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই ভয়াৱহ পথ দুৰ্ঘটনা। টংলা দিশৰ পৰা
Month: June 2023
অতীতৰ পৰাই মানৱ জাতিটোৰ বিশ্বাস অনুযায়ী সমাজৰ মংগলৰ হকে কৰি অহা বিভিন্ন দেৱ-দেৱীৰ পূজা-অৰ্চনাই যেন এতিয়াওঁ একে আছে | ভাৰতবৰ্ষৰ উড়িয়া সম্প্ৰদায়ৰ লোক সকলে অতীতৰ পৰাই তেওঁলোকৰ দেৱী শ্ৰী শ্ৰী চিতলা দেৱীক পূজা-আৰাধনা কৰি আহিছে | অসমত বসবাস কৰা বৃহত্তৰ উড়িয়া জনগোষ্ঠীয় লোকসকলেওঁ এই পূজা প্ৰত্যক বছৰে জেঠ’ মাহত পালন
নিউজ ব্যুৰ’,নগাঁও,৩১ মে’:– নগাঁও জিলাৰ ম’হখুলি শ্বহীদ অনিল বৰা স্মৃতি উচ্চ মাধ্যমিক বিদ্যালয়ত বুধবাৰে বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মিজুমী মহন্তই প্ৰধান শিক্ষয়িত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে । কাহিলীপাৰাস্থিত শিক্ষা সঞ্চালক কাৰ্যালয়ৰ GB-EST/FP/11/2022/126 নম্বৰ নিৰ্দেশ মৰ্মে মিজুমী মহন্তই ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰূপে বিদ্যালয়খনত যোগদান কৰাৰ লগে লগে বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিবেশ
নিউজ ব্যুৰ’,নগাঁও,৩১মে’:-নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত ৰাঙলুৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত বুধবাৰে এক পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে অান এজন আহত হয় । আৰক্ষীয়ে নিহত লোকজনক যোৰহাটৰ ৰাজীৱ বৰা বুলি চিনাক্ত কৰিছে । জানিব পৰা মতে এখন ট্ৰাক আৰু গুৱাহাটীৰ
১ জুনৰ পৰা ৰাজ্যজুৰি বন্ধ হ’ব ASTC বাছ সেৱা। ASTCৰ কৰ্মচাৰীৰ কৰ্মবিৰতি ঘোষণা। পৰিবহণ নিগমত কৰ্মৰত ৭৭১গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ বাবে কৰ্মবিৰতি ঘোষণা!