Month: June 2023

নগাঁও জিলা পুথিভড়ালৰ পেক্ষাগৃহত বিশাল ঋণ মেলা অনুষ্ঠান

নগাঁও জিলা পুথিভড়ালৰ পেক্ষাগৃহত বিশাল ঋণ মেলা অনুষ্ঠান

আজি নগাঁও জিলা পুথিভড়ালৰ পেক্ষাগৃহত নগাঁও, মৰিগাঁও, কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং জিলাৰ ভাৰতীয় ষ্টেট বেংকৰ উদ্যোগত আত্ম সহায়ক গোটৰ বিশাল ঋণ মেলা অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত আত্ম সহায়ক গোট সমূহক স্বাৱলম্বীতাৰ দিশত আগবাঢ়িবৰ হেতু বৃহৎ ধনৰাশিৰ ঋণ প্ৰদান কৰা হয়৷উক্ত কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ পূৰ্বাঞ্চলৰ

ৰঙিয়াৰ হীৰাগাতাত অগ্নিকাণ্ড, জাহ গল কেবা লক্ষাধিক টকা মূল্যৰ সামগ্ৰী

ৰঙিয়াৰ হীৰাগাতাত অগ্নিকাণ্ড, জাহ গল কেবা লক্ষাধিক টকা মূল্যৰ সামগ্ৰী

👉 ৰঙিয়াৰ হীৰাগাতাত অগ্নিকাণ্ড । 👉 হীৰাগাতা চাৰি চকত সংঘটিত হয় এই অগ্নিকাণ্ড । 👉 বিদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে । 👉 অগ্নিকাণ্ডত জাহ গল কেবা লাখ টকাৰ ধান আৰু সৰিয়হ। 👉 অগ্নিকাণ্ডৰ ফলত জাহ যায় এটা মৰণা মৰা যন্ত্ৰ,দুটাকৈ ঘৰ আৰু

অৱস্থান ধৰ্মঘটতমৰিগাঁও বিধানসভা সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষণ কৰাৰ দাবীত

অৱস্থান ধৰ্মঘটতমৰিগাঁও বিধানসভা সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষণ কৰাৰ দাবীত

মৰিগাঁও বিধানসভা সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষণ কৰাৰ দাবীত মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘটত বহিল ১০ টাকৈ তিৱা জাতীয় সংগঠনৰ। ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত মধ্য অসমৰ মৰিগাঁৱত সোচ্ছাৰ হৈ পৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনসমূহ। বিশেষকৈ মধ্য অসমৰ তিৱা অধ্যুষিত এলেকাসমূহৰ ভিতৰত

জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ চৌহদত সৰ্বাত্মক কৰ্মবিৰতি

জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ চৌহদত সৰ্বাত্মক কৰ্মবিৰতি

সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই মৰিগাওঁত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ চৌহদত মাননীয় চেট্ৰী কমিচনৰ পৰামৰ্শৱলী ভিত্তিত মহামহিম উচ্চতম ন্যায়ালৰ wp(C) 1022/89 গোচৰৰ 7/10/2009 তাৰিখৰ হুকুম সম্পূৰ্ণ ভাৱে কাৰ্যকৰি নকৰাৰ সন্দৰ্ভত আজি ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাটো জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ চৌহদত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই অৱস্থান

নাজিৰাত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থা প্ৰতিবাদী কাৰ্যসূচী

নাজিৰাত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থা প্ৰতিবাদী কাৰ্যসূচী

সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰাত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আহ্বানত দিনযোৰা কাৰ্যসূচীৰে সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে। আজি নাজিৰা মহকুমাৰ ন্যায়িক দণ্ডাধীশ আদালতৰ সম্মুখীন চৰকাৰলৈ কেইবা দফীয়া দাবী জনায় সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ বিষয়ববীয়া সকলে কৰ্মবিৰতি পালন কৰে।তেওঁলোকৰ দাবী সমূহ Bench clerk grade প্ৰথম, দ্বিতীয়, তৃতীয় বৰ্গৰ পদ আজিলৈকে সৃষ্টি