বোকাখাতৰ লতাবাৰীত নিশা সংঘটিত হয় ভয়ংকৰ দূৰ্ঘটনা। ট্ৰাক আৰু ডি আই বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ১৩ বছৰীয়া কিশোৰ। গুৰুতৰভাৱে আহত হয় ২জনকৈ লোক। নিহত উত্তৰ প্ৰদেশৰ ফৰিদাবাদৰ নিৰ্মল কুমাৰ। আহত অশ্চিনী কুমাৰ আৰু ৰুবুল হক। যোৰহাট দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা ট্ৰাক খনত বিপৰীত দিশৰ পৰা অহা বলে’ৰ
Month: June 2023
পৃথক বৰাকৰ দাবী বাঙালী সংগঠনৰ, বাঙালী নেতাক সকীয়নি AJYCPৰ। আজি বৰাক বন্ধৰ আহ্বান বাঙালী সংগঠনৰ নেতা প্ৰদীপ দত্ত ৰয়ৰ। বৰাক বন্ধ সমৰ্থন কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব আৰক্ষীয়ে। সোমবাৰে ফ্লেগ মাৰ্চ কৰিছিল আৰক্ষীয়ে। বৰাক বন্ধৰ সমৰ্থন কৰা ইজনৰ পিছত সিজন প্ৰতিবাদকাৰীক আটক, কাটিগড়া, শিলচৰত পুৱাই প্ৰতিবাদকাৰীক আটক, প্ৰতিবাদ কৰিবলৈ সাজু
ছত্তীশগড়ৰ বিখ্যাত ইউটিউবাৰ তথা কৌতুক অভিনেতাজনে ৰায়পুৰত এটা ভিডিঅ’ শ্বুট কৰিবলৈ গৈছিল। তথ্য অনুসৰি, সোমবাৰে আবেলি প্ৰায় ৩ বাজি ৩০ মিনিটত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাৰ সময়ত পেটেলে পিলিয়নত যাত্ৰা কৰি আছিল। এজন বিষয়াই কয় যে, ইউটিউবাৰজন এটা ভিডিঅ’ চিত্ৰগ্ৰহণ কৰি নৱ ৰায়পুৰৰ পৰা উভতি আহি আছিল। আহি থাকোতে বাটত তেওঁক
চিৰাঙৰ কানিভূৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ। সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল বাপন বৰ্মন, গোলাপ চক্ৰৱৰ্তী। বৰ্তমানো ঘটনাস্থলীত উপস্থিত হোৱা নাই উদ্ধাৰকাৰী দল। ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্য।
অসমৰ নেতা সকলক ‘শ্ৰীৰঘুপতি’ চাবলৈ আহ্বান বিধায়ক অখিল গগৈৰ