টীয়কৰ প্ৰতিবেদক ২৬ জুন /২৩ টীয়কৰ আৰক্ষী থানাৰ অন্তৰ্গত জাঁজীমুখ মেলেংচিগাত পানী পৰি সলিল সমাধি এজনৰ।প্ৰাপ্য তথ্য মতে বাবুল দাস নামৰ এজন ব্যক্তিয়ে মাছ ধৰিবলৈ জাঁজীনদী লৈ বুলি যাওতে উক্ত ঘটনা সংঘটিত হৈছে।মৃত ব্যক্তিজনৰ ঘৰ ভিতৰ কলিলা গাৱত আৰু বয়স প্ৰায় ৫৩ বছৰ বুলি জানিব পৰা গৈছে। ইপিনে ঘটনাস্থলীত
Month: June 2023
টীয়কৰ প্ৰতিবেদক ২৬ জুন /২৩ এটি শিশুৰ অন্তৰালত লুকাই থকা প্ৰচণ্ড দক্ষতা, শক্তিক কেনেদৰে এগৰাকী অভিভাৱকে অন্ত:কৰণেৰে অনুধাৱন কৰিব অথবা সাম্প্ৰতিক যান্ত্ৰিকতাময় পৰিবেশত শিশুটিৰ উজ্বল ভৱিষ্যতক লৈ অভিভাৱক কৰণীয় আদিৰ দৰে বিষয়সমূহক লৈ টীয়কত মাইণ্ড গেম-২৪ ৰ উদ্যোগত এক দক্ষতা সম্পন্ন অভিভাৱক সভা অনুষ্ঠিত হয়। টীয়ক আৰক্ষী থানাৰ সমীপৰ
মধ্যভোগী হিচাবে থিয় দিছে একাংশ ভেৰুনীয়া দল-সংগঠনৰ নেতাই। অ’এনজিচিত দল-সংগঠনৰ নেতাৰ গুণ্ডাৰাজ।আন্দোলনৰ সকীয়নি শ্ৰমিক সংগঠনৰ ৷ অ’এনজিচি এ নিবিদা আহ্বানৰ যোগেদি বিভিন্ন প্ৰতিষ্ঠানৰ দ্বাৰা নিয়োজিত কৰা ঠিকাভিত্তিক কৰ্মৰত শ্ৰমিকসকলক নিজৰ প্ৰাপ্য মজুৰিৰ প্ৰদান কৰাৰ ক্ষেত্ৰত দশক দশক ধৰি বঞ্চিত কৰি অহাৰ অভিযোগ উঠিছে। লাকুৱাত অ’এনজিচিত নিয়োজিত হৈ থকা ঠিকাভিত্তিক
ইণ্ডিয়া টুডেৰ সমীক্ষাত ভাৰতৰ শ্ৰেষ্ঠ কলা শাখাৰ মহাবিদ্যালয় সমূহত উজ্বলিল নাজিৰা মহাবিদ্যালয় সৰ্বভাৰতীয় আলোচনী ইণ্ডিয়া টুডেৰ সমীক্ষাত কলা শাখাৰ মহাবিদ্যালয় সমূহৰ ভিতৰত ১৭০ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে নাজিৰা মহাবিদ্যালয়ে। এই সাফল্যৰ খবৰ লাভ কৰাৰ পাছতেই এতিয়া আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে মহাবিদ্যালয়খনত। ইণ্ডিয়া টুডেত প্ৰকাশিত হোৱা এই সমীক্ষাৰ
ৰঙিয়া নগৰৰ অৰ্ধ সাপ্তাহিক বজাৰলৈ যোৱা বিধ্বস্ত কাঠৰ দলঙৰ বাবে ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে । বৰলীয়া নৈৰ ওপৰত থকা এই দলংখনৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে । লোকনিৰ্মাণ বিভাগে পথ বন্ধ বুলি এখন ফলক আঁৰিয়ে দায়িত্ব সামৰিছে । এই জৰাজীৰ্ণ দলংখনেৰে অতি বিপজ্জনক ভাৱে ৰাইজে যাতায়ত কৰি আহিছে ।