Month: June 2023

6 কোটি 34 লাখ টকাৰ জব্দকৃত ড্ৰাগছ দাহন…

6 কোটি 34 লাখ টকাৰ জব্দকৃত ড্ৰাগছ দাহন…

আজি আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস। ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে বঢ়মপুৰৰ ৰঙাজান খেলপথাৰত নগাঁও জিলাৰ জব্দকৃত ড্ৰাগছ দাহন তথা বিনষ্টকৰণ কাৰ্যসূচী হাতত লয় নগাঁও জিলা প্ৰশাসনৰ লগতে নগাঁও আৰক্ষীয়ে। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্বশৰ্মাই এখন ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে ২০২১ বৰ্ষত এই খেল পথাৰ খনতে প্ৰায় ডেৰ লাখ কোটি টকাৰ নিচাযুক্ত

নগাঁৱ: অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী…

নগাঁৱ: অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী…

নগাঁৱৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মূখত অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে কলিয়াবৰ,নগাঁও শাখা আৰু হোজাই শাখা সমিতিয়ে ২ ঘণ্টা ধৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷বৰ্তমানো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বসুন্ধৰা আচনিতো চাহ জনগোষ্ঠীৰ নাম পঞ্জীয়ন নকৰাত ক্ষোভ প্ৰকাশ কৰে সংগঠণটোৱে ৷ সেই উপলক্ষে আজি মূখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও

হয়বৰগাঁও চলচলিত চাঞ্চ্যল্যকৰ ঘটনা; এজনক লক্ষ্য কৰি গুলি চালনা..

হয়বৰগাঁও চলচলিত চাঞ্চ্যল্যকৰ ঘটনা; এজনক লক্ষ্য কৰি গুলি চালনা..

হয়বৰগাঁও চলচলিত চাঞ্চ্যল্যকৰ ঘটনা। এজনক লক্ষ্য কৰি গুলি চালনা। ব্যৱসায়িক লক্ষ্য কৰি গুলি চালনা দূৰ্বৃত্তৰ। হাফিজুৰ ৰহমান নামৰ এজন ব্যৱসায়িক লক্ষ্য কৰি গুলি চালনা। হাফিজুৰ ৰহমান সোণাইঘাট চলচলিৰ জন ঔষধী কেন্দ্ৰৰ স্বত্বাধিকাৰী বুলি জানিব পৰা গৈছে। আজি সন্ধিয়া অনুমান ৮:৩০ বজাত চলচলিত থকা প্ৰধান মন্ত্ৰী ভাৰতীয় জন ঔষধী কেন্দ্ৰৰ সম্মুখতে

কাজিৰঙাত বিকল তিনি বছৰ পূৰ্বে স্থাপন কৰা ১৮কোটি টকীয়া চেঞ্চৰ কেমেৰা

কাজিৰঙাত বিকল তিনি বছৰ পূৰ্বে স্থাপন কৰা ১৮কোটি টকীয়া চেঞ্চৰ কেমেৰা

  নিউজ ব্যুৰ’,নগাঁও,২৬জুন:–বানৰ পূৰ্বে সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ সম্ভাব্য বান পৰিস্থিতিক লৈ এইবাৰ কাজিৰঙাৰ বন বিভাগ আৰু প্ৰশাসন অধিক সষ্টম আৰু কঠোৰ হৈছে । বানৰ সময়ত কাজিৰঙাৰ জীৱকুলৰ যাতে কোনোধৰণৰ অনিষ্ট নহয় তাৰ বাবে এতিয়াৰে পৰা সষ্টম হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে প্ৰশাসন

নগাঁৱৰ বঢ়মপুৰত ৬.৩৪ কোটি টকা মূল্যৰ ড্ৰাগছ তথা  নিচাজাতীয় দ্ৰব্য বিনষ্ট

নগাঁৱৰ বঢ়মপুৰত ৬.৩৪ কোটি টকা মূল্যৰ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য বিনষ্ট

নিউজ ব্যুৰ’,নগাঁও,২৬ জুন :– আজি আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস। ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে নগাঁও জিলাৰ বঢ়মপুৰত জিলাখনৰ বিভিন্ন স্থানৰ পৰা জব্দকৃত ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যসমূহৰ দাহন তথা বিনষ্টকৰণ কাৰ্য্যসূচী হাতত লয় নগাঁও জিলা প্ৰশাসনৰ লগতে আৰক্ষীৰ ড্ৰাগছ নিৰ্মূলকৰণ সমিতিয়ে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এখন ড্ৰাগছ মুক্ত অসম গঢ়াৰ