Month: June 2023

নগাঁৱৰ চকলাঘাটত নাট্যগুৰু নেত্ৰ কমল বৰঠাকুৰৰ স্মৃতিচাৰণ সভা সম্পন্ন,জীৱনপঞ্জী উন্মোচন,ৰচনা সমগ্ৰ প্ৰকাশৰ প্ৰস্তুতি…

নগাঁৱৰ চকলাঘাটত নাট্যগুৰু নেত্ৰ কমল বৰঠাকুৰৰ স্মৃতিচাৰণ সভা সম্পন্ন,জীৱনপঞ্জী উন্মোচন,ৰচনা সমগ্ৰ প্ৰকাশৰ প্ৰস্তুতি…

নিউজ ব্যুৰ’,নগাঁও,২৬জুন :-অসমৰ নাট্যজগতৰ অন্যতম পুৰোধা ব্যক্তি,ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰা প্ৰথমজন স্নাতক ডিগ্ৰীধাৰী অভিনেতা,কৃতী শিক্ষক,নাট্যকাৰ, ভ্ৰাম্যমাণ থিয়েটাৰ “শ্ৰী গুৰু”ৰ প্ৰযোজক নেত্ৰকমল বৰঠাকুৰৰ আদ্যশ্ৰাদ্ধটি ৰবিবাৰে সম্পন্ন কৰা হয় । এই উপলক্ষে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ চকলাঘাট ব্ৰাহ্মণগাঁৱৰ গাদী নাট্য গোষ্ঠী, চকলাঘাট শাখা সাহিত্য সভা, সোণাইপৰীয়া কবি সন্মিলন,ৰংমন গোষ্ঠী আৰু শৰীৰ চৰ্চা

পাচন তন্ত্ৰ শক্তিশালী কৰিবলৈ এইসমূহ খাদ্য খাব

পাচন তন্ত্ৰ শক্তিশালী কৰিবলৈ এইসমূহ খাদ্য খাব

দুৰ্বল পাচন তন্ত্ৰ আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক।পাচন তন্ত্ৰ দুৰ্বল হ’লে পেটৰ সৈতে সম্পৰ্কিত বহুতো সমস্যা হ’ব পাৰে। ইয়াৰ ভিতৰত গেছ, কোষ্ঠকাঠিন্য, বদহজম, ওকালি অহা, বুকু জ্বলা বা পেটৰ বিষ অন্যতম।সেয়েহে, পাচন তন্ত্ৰ শক্তিশালী কৰি ৰাখিবলৈ আপুনি আপোনাৰ আহাৰত কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰিব লাগিব। আজি সেই বিষয়ে জানো আহক- অমিতা

আপুনিও চাধা খায় নেকি? এই আসক্তিৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায়সমূহ জানি লওঁক

আপুনিও চাধা খায় নেকি? এই আসক্তিৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায়সমূহ জানি লওঁক

ধপাত ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ জীৱনটোক নিজেই বিপদত পেলায়। এই কথাত হয়তো দ্বিমত কাৰো নাথাকিব। নিয়মীয়াকৈ ধপাত সেৱন কৰা লোকসকলৰ ক্ষেত্ৰত ইৰেক্টাইল ডিচফাংশনৰ আশংকা বহুগুণে বৃদ্ধি হয়। যিয়ে তেওঁলোকৰ পুৰুষত্বত গুৰুতৰ প্ৰভাৱ পেলায়। ফলত জীৱনৰ মানদণ্ড অৱনতি হৈ পৰে। সেয়েহে, যদি আপুনি আপোনাৰ বিবাহিত জীৱনটোত সুখী হৈ থাকিব বিচাৰে, তেন্তে যিমান সোনকালে

গ্ৰীষ্মকালত এইদৰে লওঁক শিশুৰ অতিৰিক্ত যত্ন

গ্ৰীষ্মকালত এইদৰে লওঁক শিশুৰ অতিৰিক্ত যত্ন

গৰমৰ দিনকেইটাত কেৱল ডাঙৰৰেই নহয়, শিশুসকলেও বিভিন্ন সমস্যাত ভূগিবলগীয়া হয়। এই ঋতুত শিশুৰ ছালত বিভিন্ন প্ৰকাৰৰ সমস্যাই দেখা দিয়ে। পৰিৱৰ্তনশীল ঋতুত যদি শিশুৰ ছালৰ যত্ন লোৱা নহয়, তেনেহ’লে বহু প্ৰকাৰৰ সমস্যা হ’বলৈ আৰম্ভ কৰে। প্ৰচণ্ড গৰমত শিশুৰ ছাল অতি শুকান হৈ পৰে, সেয়েহে এই সময়ছোৱাত অভিভাৱকসকলে তেওঁলোকৰ ছালৰ বিশেষ যত্ন

সম্পদ, চাকৰি প্ৰাপ্তিৰ বাবে হনুমানজীক আগবঢ়াব এইবিধ সামগ্ৰী

সম্পদ, চাকৰি প্ৰাপ্তিৰ বাবে হনুমানজীক আগবঢ়াব এইবিধ সামগ্ৰী

মঙলবাৰ দিনটো ভগৱান হনুমানৰ নামত উৎসৰ্গা কৰা হয়।এই দিনটোত ভক্তসকলে মহাবলি বজৰংবলীক বিভিন্ন ধৰণৰ নৈবেদ্য আগবঢ়াই উপাসনা কৰে।ইয়াৰ লগতে ভক্তসকলে হনুমান চালিছা পঢ়াৰ লগতে হনুমানজীৰ কৃপা পাবলৈ ভগৱান ৰামকো উপাসনা কৰে।কিন্তু সকলো ধৰণে উপাসনা কৰিলে বজৰংবলী সন্তুষ্ট নহয়। মঙলবাৰে বজৰংবলীক উপাসনা কৰাৰ কেতবোৰ বিশেষ নিয়ম আছে।এইসমূহ নিয়মৰে উপাসনা কৰিলে হনুমানজী