Month: June 2023

শাওন মাহটো কোন ৰাশিৰ লোকৰ বাবে কেনে হ’ব জানি লওঁক

শাওন মাহটো কোন ৰাশিৰ লোকৰ বাবে কেনে হ’ব জানি লওঁক

হিন্দু বৰ্ষপঞ্জী অনুসৰি শাওন মাহ অহা ৪ জুলাইৰ পৰা আৰম্ভ হৈ ৩১ আগষ্টত শেষ হ’ব।এইবেলি শাওন মাহটো ৫৯দিনীয়া। অৰ্থাৎ, ভক্তসকলে প্ৰায় দুমাহ ধৰি মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰি।সম্পূৰ্ণ ১৯ বছৰৰ পিছত পৃথিৱীত এই পৰিঘটনা ঘটিছে। জ্যোতিষ বিশেষজ্ঞসকলৰ মতে, এই মাহটোত কেইটামান বিশেষ ৰাশিৰ লোকৰ ভাগ্য মুকলি হ’ব। আজি এই বিষয়ে

এইসমূহ সামগ্ৰীৰে পূজা কৰিলে অসন্তুষ্ট হয় মহাদেৱ…

এইসমূহ সামগ্ৰীৰে পূজা কৰিলে অসন্তুষ্ট হয় মহাদেৱ…

হিন্দু ধৰ্মালম্বীসকলৰ বিশ্বাস মতে, ভগৱান শিৱ অতি সোনকালেই তেওঁৰ ভক্তসকলৰ প্ৰতি সন্তুষ্ট হয়। শুদ্ধ মনৰে আপুনি শিৱ লিংগত পানী আগবঢ়াইয়েই শিৱৰ কৃপা লাভ কৰিব পাৰে।মহাদেৱক উপাসনা কৰিবলৈ শিৱ ভক্তসকলে শাওন মাহ অহালৈ আগ্ৰহৰে অপেক্ষা কৰি থাকে। এইবাৰ শাওন মাহ ৪ জুলাইৰ পৰা আৰম্ভ হ’ব। এই সময়ছোৱাত স্বাভাৱিকভাৱেই শিৱ ভক্তসকলে ভোলানাথক

ভুৱা উপায়ুক্ত অংকৰ পৰিল আৰক্ষীৰ জালত

ভুৱা উপায়ুক্ত অংকৰ পৰিল আৰক্ষীৰ জালত

এইবাৰ আৰক্ষীৰ জালত পৰিছে ভুৱা উপায়ুক্ত। তেজপুৰত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ভুৱা উপায়ুক্তক। কেৱল এজন ভুৱা উপায়ুক্তই নহয় তেওঁৰ লগত থকা এটা ৯ জনীয়া দলক আটক কৰিবলৈ সক্ষম হৈছে তেজপুৰ আৰক্ষী। জানিব পৰা মতে তেজপুৰত আজি আবিৰ্ভাৱ ঘটিছিল এজন ভুৱা উপায়ুক্তৰ। নিজকে উপায়ুক্ত বুলি পৰিচয় দিয়া এই লোকজনৰ নাম

Guwahati hosts regional round of ‘All India K-Pop Contest 2023

Guwahati hosts regional round of ‘All India K-Pop Contest 2023

• 11,071 Teams participating from PAN India, biggest participation since inception of K-Pop contest in India 25th June 2023, Guwahati: To commemorate the 50th anniversary of diplomatic ties between Korea and India, Korean Cultural Centre India (KCCI) in association with LG Electronics is organizing “All India KPOP Contest 2023’. Guwahati

কাহিলিপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

কাহিলিপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

-নিয়ন্ত্ৰণ হেৰুৱাই সৰ্বশিক্ষাৰ চৌহদত সোমাল চিটীবাছ। -চিটীবাছখনে মহটিয়াই নিলে আন এখন বাহন। – চিটীবাছখনৰ নম্বৰ AS 01 HC 6049। – জানিব পৰা মতে, দুৰ্ঘটনাত আহত হৈছে কেইবাজনো লোক। – গুৰুতৰভাৱে আহত দুজনক GMCHলৈ ততাটোয়াকৈ প্ৰেৰণ কৰা হৈছে।