যিকোনো এটা স্মাৰ্টফোনৰ বেটাৰী এটা নিৰ্দিষ্ট সময়লৈকেহে সক্ৰিয় হৈ থাকে৷ সাধাৰণতে ফোনৰ বেটাৰী দুইৰ পৰা তিনি বছৰ পৰ্যন্ত সক্ৰিয় হৈ থাকে৷ ৩০০ৰ পৰা ৫০০ বাৰ চাৰ্জ কৰালৈকে এটা বেটাৰীৰ কাৰ্যক্ষমতা অটুট থাকে৷ ৫০০ বাৰ অতিক্ৰম কৰাৰ পাছত যিকোনো বেটাৰী এটাৰ কাৰ্যক্ষমতা প্ৰায় ২০ শতাংশ হ্ৰাস পায়৷ – ফোনৰ বেটাৰী ভালে ৰাখিবৰ
Month: June 2023
যিসকলে বাদাম খাই ভাল পায়, তেওঁলোকৰ বাবে আখ্ৰোট অতি পৰিচিত৷ কিন্তু ফেট থকা বুলি ভাবি বহুতে আখ্ৰোট খোৱাৰ পৰা বিৰত থাকে৷ পিছে এই ধাৰণা ভুল৷ আখ্ৰোটত থকা ফাইবাৰ, এণ্টিঅক্সিডেণ্ট, প্ৰ’টিন আৰু ওমেগা-৩ ফেটি এচিডে শৰীৰৰ বিভিন্ন উপকাৰ কৰে৷ আখ্ৰোটে হৃদৰোগ আৰু কেন্সাৰৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা হ্ৰাস কৰাৰ
নগাঁও জিলাৰ ডাকৰঘাট গাঁও পঞ্চায়তৰ উদ্যোগত তথা নগঞা সচেতন ৰাইজৰ সহযোগত মাৰাত্মক ড্ৰাগছৰ লগতে বাল্য বিবাহ আৰু কু-সংস্কাৰৰ বিৰুদ্ধে নগাঁও চহৰৰ মধুপুৰ অঞ্চলত এক সজাগতামূলক ৰেলী উলিওৱা হয় । ৰেলীত অংশগ্ৰহণকাৰী সকলে হাতে হাতে প্লে’কাৰ্ড লৈ বিভিন্ন সজাগতামূলক শ্ল’গান দি ৰাইজক ড্ৰাগছৰ বিৰুদ্ধে সজাগ কৰিবলৈ চেষ্টা চলায় ৷ মধুপুৰ প্ৰাথমিক
ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত ৰেস্তোৰাঁ মুকলি কৰিছে সুৰেশ ৰাঈনাই৷ অৱশ্যে তেওঁৰ এই ৰেস্তোৰাঁ ভাৰতত নহয়, নেডাৰলেণ্ডছৰ ৰাজধানী আমষ্টাৰডামতহে৷ নেডাৰলেণ্ডছবাসীক ভাৰতীয় ব্যঞ্জন আৰু সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিব বিচাৰে টীম ইণ্ডিয়াৰ প্ৰাক্তন অলৰাউণ্ডাৰজনে৷ ক্ৰিকেটৰ বাবে বিভিন্ন বাধা-নিষেধ মানি চলিবলগীয়া হ’লেও ৰাঈনা এজন খাদ্যৰসিক হিচাপেই পৰিচিত৷ ভাৰতীয় আহাৰক ইউৰোপত অধিক জনপ্ৰিয়
সদৌ চাওঁতাল ছাত্ৰ সন্থা (এছু)কেন্দ্ৰীয় সমিতিৰ এটা সজাতিৰ দলে ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি-শ্ৰীযুক্তা ধ্ৰুপদী মূৰ্ম্মূ ডাঙৰীয়ানীৰ নিমন্ত্ৰণ ক্ৰমে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অসম থকা চাওঁতাল জনগোষ্ঠী সকলোৰ জনজাতিকৰণ, যোৱা ২০২২ চনৰ ১৫ চেপ্তেম্বৰত অসমৰ পাঁচটা আদিবাসী যুদ্ধবিৰতি সংগঠন ক্ৰমে আকমা,আপা,বিছিএফ,এছটিএফ,আনলা সংঠনৰ লগত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত যি আদিবাসী শান্তি চুক্তি