Month: June 2023

গেলেকী দেওপানীত অসম চাহ জনজাতি যুৱ ছাত্ৰ পৰিষদৰ সংবাদ মেল।

গেলেকী দেওপানীত অসম চাহ জনজাতি যুৱ ছাত্ৰ পৰিষদৰ সংবাদ মেল।

অসম ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাকলাৰিয়ে চাহ জনজাতি লোকসকলক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পিছত অসম চাহ জনজাতি যুৱ ছাত্ৰ পৰিষদৰ সংবাদ মেল। সংবাদ মেলৰ জৰিয়তে সকীয়নী আদিত্য খাকলাৰিক।

নাজিৰা গেলেকীৰ জাপিসজীয়াৰ এগৰাকী যুৱতী নিৰুদ্দেশ; ৯ জুনৰ পৰা নিৰুদ্দেশ হৈ আছে বৰ্ণালী গগৈ নামৰ যুৱতী গৰাকী

নাজিৰা গেলেকীৰ জাপিসজীয়াৰ এগৰাকী যুৱতী নিৰুদ্দেশ; ৯ জুনৰ পৰা নিৰুদ্দেশ হৈ আছে বৰ্ণালী গগৈ নামৰ যুৱতী গৰাকী

নাজিৰা মহকুমাৰ দোলাকাষাৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত জাপিসজীয়া গাৱৰ এগৰাকী যুৱতী বিগত কিছুদিন ধৰি সন্ধানহীন হৈ আছে । নিৰুদ্দৃষ্ট যুৱতী গৰাকীৰ নাম হৈছে বৰ্ণালী গগৈ ; বয়স প্ৰায় ২৩ বছৰ বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । ৯ জুনৰ পৰা সন্ধানহীন হৈ থকা যুৱতী গৰাকীৰ নাই পিতৃ মাতৃ। বৰ্ণালী সৰু হৈ থকাৰ

মৰিগাঁও জিলা ছাত্ৰ সন্থাই চাইকেল ৰেলী..

মৰিগাঁও জিলা ছাত্ৰ সন্থাই চাইকেল ৰেলী..

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো মৰিগাঁও জিলা ছাত্ৰ সন্থাই এক চাইকেল ৰেলী বাহিৰ কৰে।ৰাজ্য চৰকাৰে শেহতীয়াকৈ লোৱা মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰোধিতাৰে আজি এই চাইকেল ৰেলী উলিওৱা হয়।মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ পৰা মৰিগাঁও চহৰৰ মাজমজিয়াৰে এক বৃহৎ চাইকেল ৰেলী উলিওৱা হয়।অসম চৰকাৰ হায় হায়,মাতৃভাষাৰ

তিৱা যুৱ ছাত্ৰ পৰিষদৰ মূল কায্যালয়ত বিশেষ অভিবৰ্ত্তন অনুস্থান

তিৱা যুৱ ছাত্ৰ পৰিষদৰ মূল কায্যালয়ত বিশেষ অভিবৰ্ত্তন অনুস্থান

  আজি মৰিগাঁৱৰ জিলা সোনাৰিগাঁৱত স্হিতৰ তিৱা যুৱ ছাত্ৰ পৰিষদৰ মুল কায্যালয়ত অনুষ্ঠিত হোৱা বিশেষ অভিবৰ্ত্তন অনুস্থানতে মৰিগাওঁ জিলা বিভিন্ন প্ৰান্তৰ পৰা অহা বিষয়ববীয়া সকলৰ লগতে কেন্দ্ৰীয় সমিতিৰ উপস্থিতিত মৰিগাওঁ জিলা তিৱা ছাত্ৰ পৰিষদৰ মুল সমিতি গঠন কৰা লগতে নবনিবাচিত মৰিগাওঁ জিলা তিৱা ছাত্ৰ পৰিষদৰ সভাপতি হিচাপে মনোনীত হয় সোমেশ্বৰ

বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰীক লৈ নগাঁৱৰ গেদাৰবড়িত উত্তপ্ত পৰিস্থিতি…

বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰীক লৈ নগাঁৱৰ গেদাৰবড়িত উত্তপ্ত পৰিস্থিতি…

👉বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰীক লৈ নগাঁৱৰ গেদাৰবড়িত উত্তপ্ত পৰিস্থিতি 👉গেদাৰবড়ি মধ্য ইংৰাজী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী হয় ক’লা বজাৰত 👉ৰাইজে জব্দ কৰিলে দোকানত বিক্ৰী কৰিবলৈ নিয়া চাউল 👉ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰভাত নাথ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হীৰেন্দ্ৰ বৰুৱাৰ বিৰুদ্ধে চাউল বিক্ৰীৰ অভিযোগ 👉বিদ্যালয়ৰ ছয় বস্তাকৈ চাউল বিক্ৰীৰ