Month: June 2023

নিবাৰ্চনী আয়োগৰ খচৰা তালিকাত বিহালী সমষ্টি অনুসূচিত জাতিৰ সংৰক্ষণ কৰাক লৈ বিভিন্ন সংগঠন ৰ প্ৰতিক্ৰিয়া

নিবাৰ্চনী আয়োগৰ খচৰা তালিকাত বিহালী সমষ্টি অনুসূচিত জাতিৰ সংৰক্ষণ কৰাক লৈ বিভিন্ন সংগঠন ৰ প্ৰতিক্ৰিয়া

বিহালী,২৪ জুন -বিহালীত সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিতক লৈ বিভিন্ন দ’ল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। অসম চাহজনজাতি ছাত্ৰ সন্থা ,  আদিবাসী ছাত্ৰ সন্থা, গোৰখা ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে উক্ত খচৰা ৰ প্ৰতিবাদ কৰি অহাৰ বিপৰীতে   বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া প্ৰকাশ  কৰিছে। আজি  বিহালী আৰু বিশ্বনাথ জিলা