উদ্বোধন কৰিলে বাগিচাৰ অঞ্চলৰ তিনিখনকৈ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় তিনিখনকৈ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্ধোধন কৰিবলৈ বিশ্বনাথৰ বিহালীত উপস্হিত হল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা।প্ৰথমে বিহালীৰ কেটেলা চাহ বাগিচাত স্থাপন কৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্ধোধন কৰি মুখ্যমন্ত্ৰী গৰাকী উপস্হিত হয় জিনজিয়াত। জিনজিয়া চাহ বাগিচাত স্থাপন কৰা আদৰ্শ
Month: June 2023
নিউজ ব্যুৰ’,নগাঁও,২২জুন:–নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত খলিহামাৰীত বুধবাৰে নিশা গৰুচোৰৰ গাড়ীৰ প্ৰচণ্ড খুন্দাত এহাল দম্পত্তিৰ কৰুণ মৃত্যুৱে জোকাৰি গৈছে সমগ্ৰ অঞ্চল । নিৰ্মম ঘটনাত প্ৰাণ হেৰুওৱা দম্পত্তি হৈছে ৰহাৰ খলিহামাৰীৰ ভদ্ৰেশ্বৰ নাথ(৬০) আৰু তেওঁৰ পত্নী সীমা দেৱী (৫৫) । প্ৰাপ্ত বাতৰি মতে বুধবাৰে নিশা প্ৰায় ১ বজাত চাৰিজনীয়া চোৰৰ
নিউজ ব্যুৰ’,নগাঁও,২২জুন:–মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি নগাঁও জিলাৰ বটদ্ৰৱা থান হৈ ধিং বজাৰলৈ নিৰ্মাণ হৈ থকা নৱনিৰ্মিত পথৰ দাঁতিত গছ পুলি ৰোপনৰ কাৰ্যসূচী চলি আছে । এই গছ পুলি ৰোপণ কাৰ্যসূচী যোৱা ১৯ জুনত বটদ্ৰৱাৰ সমীপৰ ৰাইডঙীয়াত আৰম্ভ হৈছে । প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঐশ্বৰীয় বিশ্ববিদ্যালয়ৰ ৰাইডঙীয়া শাখাৰ উদ্যোগত আৰম্ভ হোৱা গছ পুলি
বুধবাৰে ৰাতিপুৱা বহু ঠাইত বৰষুণৰ পিছত অসমত বান পৰিস্থিতি আৰু বেছি ভয়ংকৰ হৈ পৰিছে আৰু ৰাজ্যখনৰ নখন জিলাত ৩৪,০০০ ৰো অধিক লোক জলপ্লাৱনৰ সন্মুখীন হৈছে। ভূটান চৰকাৰ আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা কেইদিনমানৰ ভিতৰত ৰাজ্যখনৰ ওপৰভাগত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে, যাৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহত পানীৰ স্তৰ বৃদ্ধি
এই সন্দৰ্ভত এনএমচিয়ে ই-মেইল যোগে পৃথকে প্ৰেৰণ কৰা আনুষ্ঠানিক পত্ৰ আজি লাভ কৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই। বুধবাৰে সন্ধিয়া সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা-গৱেষণা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণৰ বাবে চিকিৎসা মহাবিদ্যালয়