বহু লোক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰি দুই-তিনি ঘণ্টাজুৰি ট্ৰেফিক পুলিচৰ ভূমিকা ল’লে ই-ৰিক্সা চালক জয়ন্তই
শিলচৰৰ একমাত্ৰ অভাৰব্ৰীজখনেই হৈছে শতবৰ্ষ পুৰণি তাৰাপুৰৰ অভাৰব্ৰীজ। এই অভাৰব্ৰীজখনত আজি এটা প্ৰকাণ্ড ফাট মেলা পৰিলক্ষিত হয়। আজি পুৱা প্ৰায় দহ বজাত অভাৰব্ৰীজখনত ফাট মেলাৰ দৃশ্য প্ৰত্যক্ষ কৰে এজন ই-ৰিক্সাচালকে। চালকজনৰ নাম জয়ন্ত দেৱ। ঘৰ তাৰাপুৰ গুণমণি ৰোডত। অভাৰব্ৰীজখনেৰে ই ৰিক্সা চলাই যোৱাৰ সময়েই তেওঁ ফাটটো দেখা পাই তাৰাপুৰ আৰক্ষী