ৰেল বা বাছত টোপনি ধৰে, এইটো কম বেছি পৰিমাণে সকলোৰে ক্ষেত্ৰত হয় ! কিন্তু আপুনি জানেনে কিয় এনে টোপনি লাগে ? এইটো ভাগৰৰ কাৰণে নেকি? বিশেষজ্ঞসকলে কয় যে যদি শৰীৰত অক্সিজেনৰ অভাৱ হ’লে এনে হয়। আৰু সেয়েহে পেশীবোৰ ভাগৰি পৰে, আৰু ইয়াৰ ফলত টোপনিৰ প্ৰয়োজন হ’ব পাৰে। দৰাচলতে, গাড়ীৰ দোলনাই
Month: June 2023
শক্তিপীঠ কামাখ্যাত আজিৰে পৰা অম্বুবাচীৰ মহাযোগ আজি নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি
সীমা সশস্ত্ৰ বল চমুকৈ এছ এছ বি’ৰ ৩১ নং বাহিনীৰ গোসাঁইগাঁও মাটিয়াজুৰী স্থিত মূখ্য কাৰ্য্যালয়ত আজি নৱম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় ৷ ৰাতিপুৱা ৮ বজাৰ পৰা আৰম্ভ কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্য্যসূচীত এছ এছ বি’ৰ ৩১ নং বাহিনীৰ কামাণ্ডেন্ট চিৰাঞ্জীৱ ভট্টাচাৰ্য্য অংশ গ্ৰহণ কৰে। ইয়াৰ লগতে গোসাঁইগাঁও
আজি নিশা কলিয়াবৰ হাটবৰস্থিত ভূটনাথ দেৱালয়ৰ সন্মুখত ঘটিল এক চাঞ্চল্য ঘটনা।এজনৰ মৃত্যু।মাছ মাৰিবলৈ বুলি আহি মৃত্যুৰ মুখত পৰিল ধেকিয়াল গাৱঁৰ যুৱক মিলন হাজৰিকা ।ঘটনাস্থলীত উপস্থিত কলিয়াবৰ আৰক্ষী।আৰক্ষীয়ে যুৱকজনক কলিয়াবৰ অসামৰিক চিকিৎসায়লৈ প্ৰেৰণ কৰে ।দলংৰ ওপৰৰ পৰা মাছ মাৰি থাকোতে তলত পৰি মৃত্যু হয় বুলি জানিবলৈ দিয়ে পতক্ষ্যদৰ্শীয়ে ।
On 21st June 2023, Frontier Headquarters Border Security Force, Guwahati, all Sectors Headquarters and Battalions under command down to BOPS level have observed 9th International Yoga Day to spread awareness among the troops and border population about the importance of Yoga. The theme of this year’s International Day of Yoga