Month: June 2023

বীৰ হনুমান আৰু শনিদেৱৰ কৃপা পাবলৈ এইসমূহ জানি লওক

বীৰ হনুমান আৰু শনিদেৱৰ কৃপা পাবলৈ এইসমূহ জানি লওক

শণিবাৰৰ দিনটো হৈছে, শণিদেৱক পূজা কৰাৰ দিন। আৰু লগতে শণিবাৰত ৰাম ভক্ত বীৰ হনুমানক পূজা অৰ্চনা কৰা হয়।( Religious Studies ) সেয়ে শনিবাৰৰ দিনটোত এনে কিছুমান কাম কৰিব লাগে, যিবোৰ কামৰ দ্বাৰা বীৰ হনুমান আৰু শণিদেৱ প্ৰসন্ন হয়। এই দুজন দেৱতাক সন্তোষ কৰি ৰাখিব পাৰিলে, কোনো অসুবিধাৰ সন্মুখীন হব লগা

বস্তু শাস্ত্ৰৰ মতে যাত্ৰা শুভ আৰু অশুভ হোৱাৰ সংকেত

বস্তু শাস্ত্ৰৰ মতে যাত্ৰা শুভ আৰু অশুভ হোৱাৰ সংকেত

মানিলে ধান, নামানিলে পতান। বিশ্বাস অনুসৰি আমাৰ পৃথিৱীত এনে কিছুমান বস্তু আছে যিবোৰ ঐশ্বৰিক শক্তি আছে আৰু এনেকুৱা বস্তু ঘৰত এক বিশেষ নিয়মত ব্যৱহাৰ কৰিলে মানুহৰ সকলো আশা আকাংক্ষা পূৰণ হয়। যেতিয়া আমি ঘৰৰ পৰা ওলাই যাঁও, আমি তেতিয়া প্ৰায়ে ভাৱো যে, যিটো কাম লৈ আমি ঘৰৰ পৰা ওলাই গৈছো

মৃত্যুৰ প্ৰাকক্ষণত ৰাৱনে কোৱা এই কথাটো আপুনি জনাটোও প্ৰয়োজন

মৃত্যুৰ প্ৰাকক্ষণত ৰাৱনে কোৱা এই কথাটো আপুনি জনাটোও প্ৰয়োজন

পৃথিৱী কম্পমান গৈছিল হৈ যেতিয়া ৰাৱণ আকাশৰ পৰা মাটিত পৰি গৈছিল। ভগৱান ৰামে ৰাৱণৰ নাড়িত কাড় মাৰোতে কোৱা হৈছিল যে মাটি কঁপি উঠিল যেতিয়া ৰাৱণ মাটিত পৰিল। অৰ্থাৎ গোটেই পৃথিৱী কঁপি উঠিছিল। সকলো আশে-পাশে গোট খাই গৈছিল লগতে তেওঁৰ ভায়েক বিভীষণ ,ৰাম আৰু লক্ষ্মণ সকলো । সেই অন্তিম মহূৰ্তত ভগৱান

চাইকেল চলাই দৰা আহিল কইনা নিবলৈ, লগত আহিল ৮০ গৰাকী বৰযাত্ৰী

চাইকেল চলাই দৰা আহিল কইনা নিবলৈ, লগত আহিল ৮০ গৰাকী বৰযাত্ৰী

শুকুৰবাৰে এক অনন্য শোভাযাত্ৰা দেখিবলৈ পোৱা গ’ল। এখন বিয়াত দৰাই হাতী, ঘোঁৰা বা দামী গাড়ীৰ সলনি ৮০ গৰাকী বৰযাত্ৰীৰ সৈতে চাইকেল চলাই কইনা নিবলৈ আহিছিল।  

সীতাৰ চৰিত্ৰত সকলোৰে মন মুহিছে কৃতিয়ে! পিছে তেওঁ পৰিচালকৰ প্ৰথম পছন্দ নাছিল

সীতাৰ চৰিত্ৰত সকলোৰে মন মুহিছে কৃতিয়ে! পিছে তেওঁ পৰিচালকৰ প্ৰথম পছন্দ নাছিল

প্ৰভাস আৰু কৃতি চানন অভিনীত বলীউডৰ ব্লকবাষ্টাৰ অদিপুৰুষ ইতিমধ্যে হলসমূহত মুক্তি পাইছে, ৰামৰ চৰিত্ৰত প্ৰভাসক লৈ আৰু কৃতিৰ সীতাৰ চৰিত্ৰত অভিনয়ক লৈ যথেষ্ট জল্পনা-কল্পনা চলি আছে। ছবিখনৰ প্ৰযোজক আৰু পৰিচালকে কৃতিৰ আগতে দক্ষিণ আৰু বলীউডৰ বহুতো অভিনেত্ৰীৰ কাষ চাপিছিল, যেতিয়া সকলোৱে অস্বীকাৰ কৰিছিল, তেওঁলোকৰ ওচৰত কৃতিৰ বাহিৰে কোনো বিকল্প নাছিল।