Guwahati, June 21, 2023: More than 150 enthusiastic kids participated in the World Yoga Day organised by Modern English School (MES), Kahilipara, Guwahati today. The event was filled with joy and positive energy as the young minds eagerly embraced yoga. Under the guidance of our Yoga instructor Mr. Saiful Islam,
Month: June 2023
নিউজ ব্যুৰ’,নগাঁও,২০জুন:–“১৯৬২ চনৰ চীনা যুদ্ধ কাৰ ভুলৰ বাবে হৈছিল ? সেই বাস্তৱ সত্যটো একমাত্ৰ বিষ্ণু প্ৰসাদ ৰাভাই চিঞৰি চিঞৰি কৈ ফুৰিছিল। সেই বাবেই পুলিচে বিষ্ণু প্ৰসাদ ৰাভাৰ কণমানি সন্তান দুটিক বিচনাতে অকলশৰে এৰি নাৰিকলৰ আঁহৰে তৈয়াৰী চুকলিৰ পঘাৰে বান্ধি চোচৰাই নিছিল। সেয়ে ৰাজ্যত এতিয়া ৰজা ঘৰে প্ৰজা ঘৰে বিষ্ণু প্ৰসাদ
নিউজ ব্যুৰ’,নগাঁও,২০জুন:–নগাঁও কলেজ (অট’নমাচ)ৰ প্ৰাণীবিজ্ঞান বিভাগ আৰু প্ৰাণীবিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ উদ্যোগত মংগলবাৰে “প্ৰভাত চন্দ্ৰ কাকতি স্মাৰক বক্তৃতা” অনুষ্ঠান অনুষ্ঠিত হয় । আভ্যন্তৰীণ মানদণ্ড আশ্বাষণ কোষৰ সহযোগত প্ৰাণীবিজ্ঞান বিভাগৰ প্ৰতিষ্ঠাপক মুৰব্বী অধ্যাপক প্ৰভাত চন্দ্ৰ কাকতিৰ সোঁৱৰণত বক্তৃতা অনুষ্ঠানটি অনুষ্ঠিত কৰা হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে গুৱাহাটীৰ মাৰ্গেন বায়’ল’জিকেল
তিনিচুকীয়াৰ ধলা-শদিয়া দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা। এখন ডাম্পাৰখনে ছুইফট বাহনখনক পিচফালৰ পৰা খুন্দিওৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন লোক। নিহত লোক দুজন চৰাইদেউ জিলাৰ মথুৰাপুৰৰ ক্ৰমে সুকল্যাণ বৰুৱা আৰু ৰিপুঞ্জয় ফুকন বুলি চিনাক্ত কৰা হৈছে। আনহাতে ঘটনাত অজন্তা বৰুৱা, ৰিপুন সোণোৱাল
অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰিলে নিৰ্বাচন আয়োগে। এই খচৰাত ৰাজ্যখনৰ বিধানসভা সমষ্টিৰ সংখ্যা বৃদ্ধি বা হ্ৰাস নহয়। অসমত ১২৬টা বিধানসভা সমষ্টি থাকিব। উল্লেখ্য যে, বিধানসভাত STৰ বাবে সংৰক্ষিত সমষ্টি ১৯টালৈ বৃদ্ধি কৰা হৈছে। আনহাতে বিধানসভাত SCৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা ৯টালৈ বৃদ্ধি আৰু বিধানসভাৰ ৯৮টা সমষ্টি অসংৰক্ষিত কৰি