হিংসা পৰিহাৰ কৰি শান্তি প্ৰতিষ্ঠাত সহযোগিতা নকৰিলে ভয়ানক পৰিস্থিতি সন্মুখীন হ’ব লাগিব। অগ্নি গৰ্ভা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এইদৰে সতৰ্কবাণী শুনাইছে ৰাজ্যবাসীক। সোমবাৰে ৰাজ্যখনৰ নিৰাপত্তা সংক্ৰান্তীয় এখন বৈঠকৰ পূৰ্বে এই বাৰ্তা দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, সোমবাৰে মণিপুৰৰ বিক্ষোভকাৰীসকলৰ গুলীত গুৰুতৰ ভাৱে আহত হৈছিল এজন সেনা জোৱান। সেনা চাউনীৰ পাঁচটাকৈ
Month: June 2023
২২ জুনৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মেলাৰ। এই সময়চোৱাত লাখ লাখ ভক্তৰ সমাগম ঘটিব নীলাচলৰ বুকুত থকা কামাখ্যা ধামলৈ। তীব্ৰ যান-জটৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে অম্বুবাচী মেলাৰ বাবে যান-বাহন চলাচলত মহানগৰ প্রশাসনৰ নিষেধাজ্ঞা জাৰি কৰে। ২২ৰ পৰা ২৬ জুনলৈ যান-বাহন চলাচলত বিশেষ নিষেধাজ্ঞা আৰোপ প্ৰশাসনৰ। নিৰ্দেশনা অনুসৰি মন্দিৰ আৰু স্থানীয়
আন্তৰ্জাতিক কৃষ্ণভাবনামৃত সংঘ [ইস্কন] গুৱাহাটীৰ একক প্ৰচেষ্টাৰে আয়োজিত ‘গুৱাহাটী জগন্নাথ ৰথ যাত্ৰা মহোৎসৱ-২০২৩’ ২০ জুনৰ পৰা ২৮ জুন বুধবাৰলৈ ৯ দিনজোৰা এক বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ইস্কন গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে ইস্কন গুৱাহাটীৰ ভক্ত গজেন্দ্ৰ নাথ খাউণ্ডে৷ তেওঁ লগতে কয়- উত্তৰ-
সোমবাৰৰ দিনটোতো অপৰিৱৰ্তীত হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি৷ বানত কববকাই আছে ৰাজ্যৰ ১৪খন জিলা৷ কপিলী নদীৰ পানী বিপদ সীমাৰ ওপৰেদি বৈ থকাৰ বিপৰীতে ৩৮খন মহকুমা বানত সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে৷ ৰাজ্যৰ প্ৰায় ৪৪খন গাঁও এইপৰ্যন্ত বানৰ কবলত পৰিছে৷ বানৰ ফলত বিশ্বনাথ, নগাঁও আৰু নলবাৰী জিলাৰ ক্ৰমে গহপুৰ, ৰহা আৰু¸ টিহুত
মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ পাৱৈ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে। ইয়াৰ লগত সংগতি ৰাখি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীয়ে ফলক উন্মোচন কৰাৰ লগতে বিদ্যালয়ৰ চৌহদত বৃক্ষৰোপন কৰে। মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খন পৰিদৰ্শন কৰি আন্তঃগাঠনিৰ বুজ লোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপলব্ধ সা-সুবিধাৰো বুজ লয়। বিদ্যালয়ৰ শুভউদ্বোধন