Month: June 2023

বহিঃৰাজ্যত মৃত্যু হ’ল অসমৰ এজন যুৱকৰ!

বহিঃৰাজ্যত মৃত্যু হ’ল অসমৰ এজন যুৱকৰ!

বহিঃৰাজ্যত মৃত্যু হ’ল অসমৰ এজন যুৱকৰ।ৰহস্যজনক ভাৱে মৃত্যু হোৱা অসমৰ যুৱকজনৰ নাম ৰাজেশ দাস।উল্লেখ্য যে, কৰ্ম সংস্থাপনৰ বাবে বেংগালুৰুলৈ গৈছিল বদৰপুৰৰ ঘোঁৰামাৰা গাঁৱৰ ৰাজেশ দাস নামৰ যুৱকজন। তাতেই সূৰ্যনগৰৰ এটা কোম্পানীত কাম কৰিছিল তেওঁ। কিন্তু ৰহস্যজনক ভাৱে তাতেই মৃত্যু হোৱাত এতিয়া পৰিয়ালে সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰিছে।

বিয়াৰ ১১ বছৰ পিছত অভিনেতা ৰাম চৰণ আৰু উপাসনাৰ ঘৰলৈ আহিল নতুন আলহী…

বিয়াৰ ১১ বছৰ পিছত অভিনেতা ৰাম চৰণ আৰু উপাসনাৰ ঘৰলৈ আহিল নতুন আলহী…

দক্ষিণৰ চুপাৰষ্টাৰ ৰাম চৰণে বছৰ বছৰ ধৰি অপেক্ষা কৰি থকা দিনটো অৱশেষত আহি পালেহি। ৰাম চৰণ আজি অৰ্থাৎ ২০ জুন তাৰিখে এগৰাকী কন্যা সন্তানৰ পিতৃ হ’ল। বহুদিন ধৰি চিৰঞ্জীৱিৰ পৰিয়ালে এই বিশেষ মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছিল, সম্পূৰ্ণ হোৱাৰ লগে লগে সুখৰ জোৱাৰ বিয়পি পৰিল। চিৰঞ্জীৱিৰ পৰিয়ালে এই বিশেষ অতিথিগৰাকীক

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সাংস্কৃতিক মন্ত্ৰণালয়ৰ দ্বাৰা বঁটা লাভ

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সাংস্কৃতিক মন্ত্ৰণালয়ৰ দ্বাৰা বঁটা লাভ

▶ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সাংস্কৃতিক মন্ত্ৰণালয়ৰ দ্বাৰা বঁটা লাভ।▶ সত্ৰীয়া নৃত্য শিতানত ৰাষ্ট্ৰীয় জলপানি লাভ গুৱাহাটীৰ কামাক্ষী বৰদলৈৰ।▶ গুৱাহাটীৰ চানমাৰি কলনী নিৱাসী তন্ময় বৰদলৈ আৰু ময়ুৰাক্ষী বৰদলৈৰ কনিষ্ঠা কন্যা কামাক্ষী বৰদলৈ।

গুৱাহাটী কৰ্মাচ কলেজত আজৱ কাণ্ড!

গুৱাহাটী কৰ্মাচ কলেজত আজৱ কাণ্ড!

🔴গুৱাহাটী কৰ্মাচ কলেজত আজৱ কাণ্ড🔴নামভৰ্তিৰ ক্ষেত্ৰত নামঘোষাৰ বাবেও মাচুল সংগ্ৰহ🔴নামঘোষাৰ বাবদ শিক্ষাৰ্থীৰ পৰা সংগ্ৰহ ৭০০ টকাকৈ🔴শিক্ষাৰ্থী, অভিভাৱকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া