বিপদসংকুল যাত্ৰা! ধুবুৰী জিলাৰ হাওৰাৰ পাৰ আৰু ভাসানি চৰৰ মাজত এনেদৰে ছাত্ৰ-ছাত্ৰী, ৰাইজে কৰিবলগীয়া হৈছে অহা-যোৱা। বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ নৈৰ পানী। প্ৰয়োজনতকৈ অধিক যাত্ৰী লৈ এনেদৰে যাতায়াত কৰি আছে নাও চালকসকলে।
Month: June 2023
মদিনা চৰিফত অসমৰ হজযাত্ৰীৰ মৃত্যু। ইছলামৰ পবিত্ৰ স্থানত দেহত্যাগ গোলাঘাটৰ চিৰাফুদ্দিন আহমেদৰ। ১ জুনত পবিত্ৰ হজ কৰাৰ উদ্দেশ্য ওলাই গৈছিল চিৰাফুদ্দিন আহমেদ।
ৰাজ্যৰ ৫ খন জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰ অনুসৰি এইবাৰ নামনি অসমত বতৰে ধাৰণ কৰিব কালৰূপ। কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বৰপেটা আৰু বাক্সা জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট।
নিউজ ব্যুৰ’,নগাঁও,১৯জুন:–সমগ্ৰ বিশ্বৰ লগতে নগাঁৱতো অসম চৰকাৰ আয়ুস সঞ্চালকালয় আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত তথা সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্থাৰ ব্যৱস্থাপনাত নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আয়োজন কৰা হয় জিলা ভিত্তিত যোগাসন প্রতিযোগিতা । নগাঁও ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় প্ৰেক্ষাগৃহত ৰবিবাৰে অনুষ্ঠিত উক্ত প্রতিযোগিতা ১০ বছৰৰ অনুৰ্দ্ধৰ, ১০-১৮
ৰায় বংশৰ কন্যা দৃশাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল ছানী দেউলৰ পুত্ৰ কৰণ দেউল