বহুতে জানে যে চিগাৰেট খোৱাটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক, কিন্তু সেই কথা জানিও বহুতে চিগাৰেট খায়েই থাকে। বিভিন্ন বয়সৰ লোকৰ মাজত চিগাৰেট অতি জনপ্ৰিয়, আপুনি শুনি আচৰিত হ’ব যে এই চিগাৰেটটো যিকোনো বয়সৰ লোকৰ মাজত আটাইতকৈ বেছি জনপ্ৰিয়। শেহতীয়া পৰিসংখ্যা অনুসৰি ধূমপানৰ প্ৰৱণতা নৱপ্ৰজন্মৰ মাজত সৰ্বাধিক। বিশেষজ্ঞসকলে কয় যে এই
Month: June 2023
সমাগত অম্বুবাচী মেলা। উখল-মাখল গুৱাহাটীৰ নীলাচলস্থিত শক্তিপীঠ কামাখ্যা ধাম। ২২ জুনৰ নিশা অম্বুবাচীৰ প্ৰবৃত্তি। নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব। অম্বুবাচীক লৈ শক্তিপীঠ কামাখ্যা ধামত সৃষ্টি হৈছে উখল-মাখল পৰিবেশৰ। মেলা উপলক্ষে আগমন ঘটিছে দেশ-বিদেশৰ ভক্তৰ লগতে সাধু-সন্নাসীৰ। ইতিমধ্যে অম্বুবাচী মেলা সুচাৰুৰূপে পৰিচালনাৰ বাবে পৰ্যটন বিভাগ,কামৰূপ মহানগৰ
গাঠিৰ ধন ভাঙি ৰাইজে কৰিছে মেৰামতি l টীয়কৰ প্ৰতিবেদক ১৯ জুন /২৩ গ্ৰাম্যঞ্চলসমূহৰ উন্নয়নেহে ৰাজ্য তথা দেশৰ উন্নয়নৰ প্ৰকৃত ছবি দাঙি ধৰিব।কিন্তু কেৱল নগৰাঞ্চলত উন্নয়ন কৰি কোনো চৰকাৰে উন্নয়ন হৈছে বুলি আশা কৰাটো ভুল কৰা হ’ব। টীয়কৰ বনপিঠাগুৰি আৰু আৰন্ধৰা গাৱঁৰ সংযোগী গুৰুত্বপূৰ্ণ প্ৰয়াত মুক্তিযোদ্ধা গোপীকান্ত বৰুৱা পথটো যোৱা সময়ছোৱাত
নিউজ ব্যুৰ’,নগাঁও,১৮জুন:–এছ আই জোনমণি ৰাভাৰ মৃত্যুৰে নাম সাঙুৰ খাই পৰা বহু কেইজন আৰক্ষী বিষয়াক তলৱ কৰি জোৰদাৰ গতিত জেৰা চলাইছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা (CBI)ই । লগতে জেৰা চলাইছে জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই অভিযোগ উত্থাপন কৰি নাম লোৱা বিষয়াসকলোকো । উল্লেখ্য যে চি বি আইয়ে জোনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনাৰ সন্দৰ্ভত
ৰঙিয়াৰ পুঠিমাৰী নৈৰ বগৰীবাৰীত নৱ নিৰ্মিত মথাউৰিত প্ৰৱল খহনীয়া । এই খহনীয়াৰ বাবে মথাউৰি ভঙাৰ আশংকাত বিনিদ্ৰ ৰজনী কটাব লগা হৈছে নৈপৰীয়া ৰাইজে । প্ৰায় ৭০ শতাংশ নিৰ্মাণ কৰা মথাউৰিৰ কাম অতি নিম্ন মানৰ হোৱা বুলি ৰাইজে অভিযোগ কৰে । যাৰ বাবে প্ৰৱল খহনীয়াৰ সৃষ্টি হৈছে । মথাউৰিৰ খহনীয়াৰ বাবে