Month: June 2023

‘মন কী বাত’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিলে অসমৰ আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ খেলুৱৈ অন্যতম ৰাজকুমাৰক

‘মন কী বাত’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিলে অসমৰ আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ খেলুৱৈ অন্যতম ৰাজকুমাৰক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ১০১ তম ‘মন কী বাত’ত অসমৰ আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ খেলুৱৈ অন্যতম ৰাজকুমাৰক প্ৰশংসা কৰে। সাঁতোৰ আৰু ৰোৱিঙৰ সফল আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ খেলুৱৈ অন্যতম ৰাজকুমাৰে দিব্যাংগ হ’লেও সদ্য সমাপ্ত উত্তৰ প্ৰদেশৰ আন্ত বিশ্ববিদ্যালয়ৰ খেলো ইন্ডিয়াৰ খেলৰ ৰোৱিঙত সফলতাৰে অংশ লৈছিল।   আন্ত: বিশ্ববিদ্যালয় খেলো ইন্ডিয়াত কটন বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি

নগাঁৱৰ ৰাইদঙীয়াৰ ফুলগুৰিত বৰোধানৰ খেতি চপোৱা কাৰ্যসূচী সম্পন্ন

নগাঁৱৰ ৰাইদঙীয়াৰ ফুলগুৰিত বৰোধানৰ খেতি চপোৱা কাৰ্যসূচী সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,১৮জুন:–অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প(এপাৰ্ট)ৰ উদ্যোগত শনিবাৰে আধুনিক প্ৰযুক্তি সম্বলিত সঁজুলি “মিনি কম্বাইন হাৰ্ভেষ্টাৰ” (Combine harvester)ৰ দ্বাৰা বৰো ধানৰ খেতি চপোৱা “গ্ৰেণ্ড হাৰভেষ্ট” কাৰ্যসূচী নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইডঙীয়া ফুলগুৰিৰ গাঁৱত সম্পন্ন হয় । কৃষকক কম খৰছত,কম সময়ত,কৃষি শ্ৰমিকৰ অভাৱ দূৰ কৰি আধুনিক প্ৰযুক্তি সম্বলিত সঁজুলি “মিনি

জালুগুটিত কৃষি বিভাগৰ “বৰোধান চপোৱা উৎসৱ” সম্পন্ন

জালুগুটিত কৃষি বিভাগৰ “বৰোধান চপোৱা উৎসৱ” সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,১৮জুন:–মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আৰু এপাৰ্ট আঁচনিৰ অধীনত শনিবাৰে জিলাখনৰ জালুগুটি কৃষি চক্ৰৰ অন্তৰ্গত জালুগুটিৰ মাজবড়িত “বৰোধান চপোৱা উৎসৱ” অনুষ্ঠিত হৈ যায় । জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মা উপস্থিত থকা অনুষ্ঠানত কৃষি চক্ৰটোৰ দুটা কৃষক উৎপাদক কোম্পানী ক্ৰমে কপিলী ভেলী কৃষক উৎপাদক প্ৰতিষ্ঠান আৰু মহাবাহু এগ্ৰো কৃষক

৩ ঘন্টাতকৈ অধিক সময় স্মাৰ্টফোন ব্যৱহাৰ কৰিলে গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে…

৩ ঘন্টাতকৈ অধিক সময় স্মাৰ্টফোন ব্যৱহাৰ কৰিলে গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে…

চায়েন্টিফিক জাৰ্নেলত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে দিনটোত ৩ ঘণ্টাৰো অধিক সময় স্মাৰ্টফোন ব্যৱহাৰ কৰিলে কিশোৰ-কিশোৰীসকলৰ কঁকালৰ বিষ বা দুৰ্বল সমস্যা সৃষ্টি হ’ব পাৰে। ক’ভিড-১৯ মহামাৰীৰ লগে লগে ডিজিটেলৰ ব্যাপক পৰিৱৰ্তনে সকলোকে স্মাৰ্টফোন, কম্পিউটাৰ ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাইছে বা অন্য সঁজুলিৰ ওপৰত নিৰ্ভৰশীল কৰি তুলিছে। স্কুল বা অফিচৰ কামত

Tiku Weds Sheru: কন্যা বয়সৰ অভিনেত্ৰীক চুম্বন দি চৰ্চাত নাৱাজ…

Tiku Weds Sheru: কন্যা বয়সৰ অভিনেত্ৰীক চুম্বন দি চৰ্চাত নাৱাজ…

নিজ সন্তানৰ বয়সৰ নায়িকাৰ সৈতে বলীউডৰ হিৰোৰ ৰোমাঞ্চ নতুন কথা নহয়৷ বন্ধুৰ কন্যাও নায়িকা হৈছিল ছলমানখানৰ৷ অৱশ্যে সমালোচনাৰ চিকাৰ নহ’ল ভাইজান৷ এইবাৰ ২৮ বছৰে সৰু অভিনীত কৌৰক দেখা যাব অভিনেতা নাৱাজউদ্দিন ছিদ্দিকীৰ নায়িকা হিচাপে৷ ছবিৰ নাম ‘চেৰু ৱেডছ টিকু’৷ ছ’চিয়েল মিডিয়াৰ ছেনছেশ্যন অভিনীতে এই ছবিৰ যোগেদিয়েই ৰূপালী পৰ্দাৰ যাত্ৰা আৰম্ভ