চুলিক লৈ প্ৰায়ভাগ লোকেই সচেতন৷ অকালতে চুলি পকিলে বা চুলি সৰিবলৈ ধৰিলে বিভিন্নজনে ভিন ভিন হেয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰে৷ কিন্তু, জানি আচৰিত হ’ব যে সকলোৰে পৰিচিত জবা ফুল চুলিৰ বাবে উপকাৰী৷ জবা ফুলৰ লগতে ইয়াৰ পাত ব্যৱহাৰ কৰি চুলি সৰা আৰু অকালতে চুলি পকা বন্ধ কৰিব পৰা যায়৷ জবা ফুল
Month: June 2023
নিতৌ খোজ কাঢ়িলে শৰীৰ সুস্থ থাকে৷ সেয়ে যিমান পৰা যায় সিমান খোজ কাঢ়িব লাগে৷ খোজ কাঢ়িলে দেহৰ পেশীসমূহ সু-গঠিত হয়, শৰীৰৰ অংগ-প্ৰত্যংগসমূহ সুৰক্ষিত থাকে৷ মানসিক চাপ হ্ৰাস কৰে খোজ কঢ়া অভ্যাসে৷ সেয়ে নিতৌ পুৱা খোজ কঢ়া অভ্যাস কৰক৷ পুৱা খোজ কঢ়া বা প্ৰাতঃভ্ৰমণ কৰাৰ অভ্যাসে আৰু কিছুমান উপকাৰ কৰে৷ উল্লেখ
সচাঁ মন আৰু কোমল মনোভাৱেৰে পূজা কৰিলে বৰদান পোৱা যায় । কোৱা হয় যে যিকোনো ভক্তই শাওনত আন্তৰিক হৃদয়েৰে ভগৱান শিৱক পূজা কৰে, তেওঁ লোকে মনেভৰা বৰদান লাভ কৰে আৰু অভয়, অক্ষয় আৰু ধনৰ বৰষুণ পায়। কিন্তু যদি অসাৱধানতাৰে ভগৱান শংকৰক পূজা কৰা হয়, তেন্তে পৰৱৰ্তী জন্মত এটা দানৱ ৰূপত
দেৱী লক্ষ্মী, শক্তিৰ এটা দিশ বা নাৰী শক্তি হৈছে এগৰাকী শ্ৰদ্ধাৰ হিন্দু দেৱী, যিয়ে ধন-সম্পত্তি আৰু সমৃদ্ধিৰ শাসন কৰে। বিভিন্ন দেৱতাৰ বাবে উৎসৰ্গিত কেইবাটাও মন্ত্ৰ আছে আৰু প্ৰত্যেকৰে নিৰ্দিষ্ট অৰ্থ, উদ্দেশ্য আৰু শক্তি আছে। পৰম ভক্তি আৰু বিশ্বাসেৰে জপ কৰিলে মন্ত্ৰবোৰে আমাৰ লক্ষ্যত উপনীত হোৱাত আৰু ব্যৱসায়ত লাভান্বিত কৰাত সহায়
মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল ১৪৮৯ চনত। তেওঁৰ জন্মস্থান সম্পর্কে এতিয়াও বিতর্ক চলি আছে। বহুতৰ মতে মাধৱদেৱৰ জন্ম হৈছিল বর্তমান উত্তৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেতেকুপুখুৰী নামে ঠাইত। অৱশ্যে গুৰুজনাৰ জন্ম তাৰিখ সম্পর্কেও বিতর্ক নােহােৱা নহয়। মধ্যযুগৰ জীৱনপঞ্জীবােৰত বিশেষকৈ ষােল্ল আৰু সােতৰ শতিকাৰ গুৰুসকলৰ জন্ম তাৰিখ বিতংকৈ লিখাৰ পৰম্পৰা নাছিল বুলিয়েই