👉মৰিগাঁৱত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।👉অভিযানত ধৃত এজন লাট মণ্ডল।👉ধৃত লাট মণ্ডলজন ভোৰাগাওঁ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ত কৰ্মৰত জালালুদ্দিন শেখ।👉মৰিগাঁও ভাড়া ঘৰত টকা লওঁতে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে মণ্ডল জালালুদ্দিন।👉ফাইজোদ্দীন নামৰ ব্যক্তি এজনৰ পৰা ইটাভাতা নিৰ্মাণৰ বাবে মাটিৰ NOC দিয়াৰ বাবে দাবী কৰিছিল পাঁচ লাখ টকা।👉প্ৰথম কৃষ্টিৰ ২০ হাজাৰ
Month: June 2023
ৰঙিয়াৰ বালাগাঁৱত চোৰৰ উপদ্ৰৱ । এইবাৰ চোৰৰ চকু পৰিল ২৭ নং বালা বনগাঁও প্ৰাথমিক বিদ্যালয়ত । শ্ৰেণী কোঠাৰ খিড়িকী ভাঙি প্ৰৱেশ দুৰ্বৃত্তৰ । কোঠাটোৰ ভিতৰত প্ৰৱেশ কৰিয়ে এফালৰ পৰা তন্ন তন্নকৈ পৰীক্ষা কৰে বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ সা-সামগ্ৰী । তাৰ পিছত শ্ৰেণী কোঠাৰ ভিতৰৰ পৰা খুলি নিলে তিনিখনকৈ চিলিং ফেন । নিশাৰ
যোৱা নিশা ৰঙিয়া আৰক্ষীয়ে ৰঙিয়া গজৰাজ চোৰাংচোৱাৰ পৰা লাভ কৰা এক তথ্যৰ ভিত্তিত এখন বাহনত তালাচী চলাই । তথ্য অনুসৰি মাৰুটি বলে’ন বাহন এখনত দুজন ভুৱা সেনা গৈ আছিল । আৰক্ষীয়ে গাড়ী খনত থকা দুজন লোকক আটক কৰে আৰু দুয়োকে তালাচী চলাই । আটক কৰা লোক দুজন হৈছে মটিউৰ ৰহমান
সোণাপুৰ টানেলৰ সন্মুখত পুনৰ ভূমিস্খলন৷ বন্ধ হৈ পৰিছে শিলচৰ-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ৷ ব্যাহত যান-বাহনৰ চলাচল৷ পথৰ দুয়ো কাষত আবদ্ধ হৈ পৰিছে শ শ বাহন ৷
অসমৰ সুৰঞ্জনা দত্ত ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ নিযুক্ত হৈছে। প্ৰথমগৰাকী অসমীয়া মহিলা দত্তই এই পদত নিযুক্তি পাইছে। কটন কলেজৰ পৰা সুখ্যাতিৰে ডিগ্ৰী পাছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাত্তোকোত্তৰ ডিগ্ৰী লাভ কৰি বাইদেৱে ১৯৯১ চনত ষ্টেট বেংক অফ ইণ্ডিয়াৰ প্ৰবেচনাৰী অফিচাৰ হিচাপে যোগদান কৰে ।চাকৰি জীৱনত দেশৰ বিভিন্ন প্ৰান্তত