Month: June 2023

টীয়কত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত

টীয়কত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত

অচিনাক্ত বাহনে মহতিয়াই নিলে দুজন বাইক আৰোহীক! টীয়কৰ প্ৰতিবেদক ১৩ জুন/২৩ যোৱা নিশা টীয়কৰ কলিয়াপানীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। শিৱসাগৰ অভিমুখি ৰিতু্ৰাজ ভূঞা আৰু পংকজ দুৱাৰা নামৰ বাইক আৰোহী দুজনক মহতিয়াই নিয়ে কোনো অচিনাক্ত বাহনে। নিশা আন্ধাৰৰ সুযোগ লৈ পলাই যায় দুৰ্ঘটনা সংঘটিত কৰা বাহনখন। ঘটনাস্থলিত স্হানীয় ৰাইজ

ওদালগুৰিত ৩৩ বছৰীয়া মাজুলি শিৱ মন্দিৰৰ নৱনিৰ্মিত মন্দিৰৰ ভূমি পূজন

ওদালগুৰিত ৩৩ বছৰীয়া মাজুলি শিৱ মন্দিৰৰ নৱনিৰ্মিত মন্দিৰৰ ভূমি পূজন

ধৰ্মৰ প্ৰতি আস্থা আৰু বিশ্বাস থকা সকলে বুজে প্ৰকৃতাৰ্থত মঠ-মন্দিৰৰ গুৰুত্ব | ১৯৯০ চনতে ওদালগুৰি জিলাৰ মাজুলি চাহ বাগিছাত তেতিয়াৰ মাজুলি চাহ বাগিচাৰ পৰিচালক মঞ্চল আগৰৱালা আৰু অৰ্জুন হাৰিয়াৰ প্ৰচেষ্টাত শিৱ ভক্ত সকলৰ বাবে মাজুলিত এটা শিৱ মন্দিৰৰ প্ৰতিষ্ঠা কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰিছিল | সময় বাগৰাৰ লগে লগে শিৱ

নগাঁৱৰ বটদ্ৰৱাৰ হাতীযুজুঁৱাত বিদ্যুৎ বিভাগৰ বিৰূদ্ধে ৰাজপথত প্ৰতিবাদ

নগাঁৱৰ বটদ্ৰৱাৰ হাতীযুজুঁৱাত বিদ্যুৎ বিভাগৰ বিৰূদ্ধে ৰাজপথত প্ৰতিবাদ

নিউজ ব্যুৰ’,নগাঁও,১৩জুন:–নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ হাতীযুঁজুৱা গাঁৱৰ অধিকাংশ বিদ্যুৎ গ্ৰাহকলৈ হঠাতে অহা বৃহৎ পৰিমাণৰ বিদ্যুৎ বিলৰ ধনৰাশিৰ সংখ্যা দেখি উপভোক্তা সকলে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে । শক্তি বিভাগৰ ধিং উপ-সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ এনে আজৱ কাণ্ডত এতিয়া অতিষ্ঠ হৈ পৰিছে একাংশ গ্ৰাহক । যাৰ পৰিপেক্ষিতত মঙলবাৰে বটদ্ৰৱাৰ হাতীযুঁজুৱাত বিদ্যুৎ

নগাঁৱৰ বৰক’লাৰ কেন্দ্ৰীয় গুৰুদ্বাৰত দিল্লী আৰু পঞ্জাৱৰ ১৫০জনীয়া তীৰ্থযাত্ৰী দল

নগাঁৱৰ বৰক’লাৰ কেন্দ্ৰীয় গুৰুদ্বাৰত দিল্লী আৰু পঞ্জাৱৰ ১৫০জনীয়া তীৰ্থযাত্ৰী দল

নিউজ ব্যুৰ’,নগাঁও,১৩জুন:–দিল্লী আৰু পঞ্জাৱৰ এটা তীৰ্থযাত্ৰীৰ দল সোমবাৰে অসমীয়া শিখ প্ৰধান অঞ্চল ৰূপে খ্যাত নগাঁও জিলাৰ বৰক’লাৰ ঐতিহাসিক গুৰুদ্বাৰ চাহিবত আহি উপস্থিত হয় । পঞ্জাৱত ট্ৰেক্টৰৰে কৃষিকাৰ্য কৰাৰ বিপৰীতে অসম তথা বৰক’লাৰ কৃষকে এতিয়াও ঠায়ে ঠায়ে গৰুৰে হালবাই কৃষিকাৰ্য কৰে । বৰক’লাত এই দৃশ্য প্ৰত্যক্ষ কৰি তেওঁলোক মোহিত হয় ।

মালিগাঁৱ: নির্মীয়মান উৰণীয়া সেঁতুৰ ওপৰৰ পৰা প্লেট খহি আহত শ্রমিক

মালিগাঁৱ: নির্মীয়মান উৰণীয়া সেঁতুৰ ওপৰৰ পৰা প্লেট খহি আহত শ্রমিক

এইবাৰ মালিগাঁৱৰ উৰণীয়া সেঁতুত পুনৰ অঘটন। মালিগাঁৱত নিৰ্মীয়মান অৱস্থাত থকা উৰণীয়া সেঁতুৰ ওপৰৰ পৰা তলৰ ব্যস্ত পথেৰে যোৱা পথাচাৰীৰ গাত পৰিল লোহাৰৰ প্লেট। কৰ্মৰত অৱস্থাত থকা ব্যক্তিৰ অসাৱধানতাৰ বাবেই সংঘটিত হয় এই ঘটনা। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও উক্ত স্থানত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ। ঘটনাৰ ফলত আঘাতপ্ৰাপ্ত