Month: June 2023

Priyanka Chopra bonds with Zendaya in Rome

Priyanka Chopra bonds with Zendaya in Rome

Actor Priyanka Chopra is currently in Italy for an event. The ‘Dil Dhadakne Do’ star recently attended the opening of the Bulgari Hotel in Rome. At the event, she met actor Zendaya and seemed like the duo had a great time at the event as they posed for the shutterbugs

আপোনাৰ পত্নীয়ে আপোনাৰ পৰা কি বিচাৰে? চাণক্য নীতি মানিলে বুজিব পাৰিব নিমিষতে

আপোনাৰ পত্নীয়ে আপোনাৰ পৰা কি বিচাৰে? চাণক্য নীতি মানিলে বুজিব পাৰিব নিমিষতে

আচাৰ্য চাণক্যই কৈছে, এগৰাকী মহিলা, যি এগৰাকী পত্নী, তেওঁৰ সিদ্ধান্তৰ পৰা আৰম্ভ কৰি তেওঁৰ চিন্তাক বিশেষভাৱে গুৰুত্ব দিয়া এজন স্বামীৰ বাবে প্ৰয়োজনীয়। আচাৰ্য চাণক্যৰ একাধিক নীতি-আদৰ্শৰ কথা আমি আগৰে পৰা জানো। কিন্তু এয়া আমি জানোনে যে স্ত্ৰীৰ আচৰণ সম্পৰ্কেও একধৰণৰ ধাৰণা দিছে আচাৰ্য চাণক্যই। কোৱা হৈছে, এটা পৰিয়াল গঢ়িবলৈ মূল

প্ৰধান শিক্ষয়িত্ৰীক নিলম্বন…

প্ৰধান শিক্ষয়িত্ৰীক নিলম্বন…

লখিমপুৰৰ নাওবৈচাত বৃহস্পতিবাৰে প্রাথমিক বিদ্যালয়ত উপায়ুক্তৰ ছাডেন ভিজিট । কিমিন এক্স কলনী প্রাথমিক বিদ্যালয়ত উপস্থিত উপায়ুক্ত সুমিত সাত্তাৱান । ৯.৩০ বজালৈ উপস্থিত নাই প্রধান শিক্ষয়িত্রী আৰু সহকাৰী শিক্ষকৰ । উপায়ুক্ত উপস্থিত হোৱাৰ পিছতহে দুয়োগৰাকী শিক্ষক উপস্থিত হ’ল বিদ্যালয়ত। দীৰ্ঘদিনে অঞ্চলবাসী ৰাইজে সময়মতে শিক্ষক বিদ্যালয়ত উপস্থিত নোহোৱাৰ অভিযোগ দি আহিছিল ।