Month: June 2023

মহাভাৰতত এনেদৰে হৈছিল ভীম আৰু হনুমানৰ দেখা-দেখি

মহাভাৰতত এনেদৰে হৈছিল ভীম আৰু হনুমানৰ দেখা-দেখি

হিন্দু পৌৰাণিক কথা মহাভাৰতত যেতিয়া-পাণ্ডৱসকলৰ ১২বৰ্ষ বনবাস আৰু ১বছৰ অজ্ঞাত বাস পাইছিল,তেতিয়া পাণ্ডৱসকলে বনত বাস কৰিবলৈ ধৰিলে। অৰ্জুনে-দেৱৰাজ ইন্দ্ৰৰ পৰা দিব্য অস্ত্ৰ লাভ কৰিবলৈ-হিমালয়ত তপস্যা কৰিবলৈ গুচি গল।যাতে-অৰ্জুনে,ভীষ্ম, দ্ৰোণাচাৰ্য্য,কৃপাচাৰ্য্য,কৰ্ণ তথা অশ্বত্থামাৰ দৰে আৰু বীৰ যুদ্ধাসলক পৰাস্ত কৰিব পাৰে।এয়া অৰ্জুনৰ বাবে-প্ৰয়োজনীয় আছিল। *আন ৪জন পাণ্ডৱ আৰু দ্ৰৌপদীৰ সেই সময়ৰ জীৱন অৰ্জুনৰ

কেন্সাৰৰ প্ৰাথমিক লক্ষণ

কেন্সাৰৰ প্ৰাথমিক লক্ষণ

কেন্সাৰ হোৱা আগতে আমাৰ শৰীৰে ইয়াৰ সংকেত ৰূপে কিছুমান লক্ষণ দেখাব। যদি আপুনিও শৰীৰত এনেকুৱা দেখা পায় তেনেহলে অৱহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব। আহকচোন আমি জানো আমাৰ শৰীৰেনো কেন্সাৰ হোৱাৰ পূৰ্বে কেনেধৰনৰ লক্ষণেৰে কেন্সাৰৰ সংকেত দিয়ে। #পাকস্হলীৰ_সমস্যাঃ- পাকস্হলীত সামান্য সমস্যা হোৱাতো বৰ বেছি চিন্তনীয় বিষয় নহয়। কাৰন সকলো ব্যক্তিৰেই

প্ৰস্ৰাৱত দেখা পোৱা যায় ডায়েবেটিছৰ লক্ষণ। সাৱধান হওক

প্ৰস্ৰাৱত দেখা পোৱা যায় ডায়েবেটিছৰ লক্ষণ। সাৱধান হওক

 মানুহৰ তেজত থকা গ্লুক’জে নিৰ্ধাৰিত সীমা অতিক্ৰম কৰিলে ডায়েবেটিছ ৰোগ হয়। অগ্নাশয়ৰ দ্বাৰা নিৰ্মিত ইনচুলিনে খাদ্যৰ পৰা গ্লুক’জক কোষলৈ ভাঙি শক্তিৰ বাবে ব্যৱহাৰ কৰাত সহায় কৰে। কেতিয়াবা শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন তৈয়াৰ নকৰে বা ইনচুলিন ভালদৰে ব্যৱহাৰ কৰিব নোৱাৰে। তেতিয়া গ্লুক’জ তেজত থাকি কোষৰ ওচৰ নাপায় আৰু তেজত থকা গ্লুক’জ

মানসিক চাপত ভুগি আছে নেকি? মুক্তি পোৱাৰ উপায় জানি লওক

মানসিক চাপত ভুগি আছে নেকি? মুক্তি পোৱাৰ উপায় জানি লওক

 ব্যস্ত জীৱনত বেছিভাগ মানুহেই নিজৰ বাবে সময় উলিয়াব নোৱাৰে। যাৰ বাবেই তেওঁলোক ক্ৰমান্বয়ে মানসিক চাপৰ বলি হ’বলৈ আৰম্ভ কৰে। বহু সময়ত মানসিক চাপ ইমানেই বাঢ়ি যায় যে বহু ধৰণৰ ৰোগে আগুৰি ধৰিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত যদি আপুনি মানসিক চাপৰ পৰা মুক্তি পাব বিচাৰে তেন্তে আপুনি মেডিটেছনক আপোনাৰ জীৱনৰ অংশ

বিচ্ছেদে প্রভাৱিত নকৰক সন্তানৰ মানসিক স্বাস্থ্য

বিচ্ছেদে প্রভাৱিত নকৰক সন্তানৰ মানসিক স্বাস্থ্য

সাম্প্রতিক সময়ত বিবাহ বিচ্ছেদৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ বিভিন্ন কাৰণত এহাল স্বামী–স্ত্রীয়ে বিচ্ছেদ বিচাৰিব পাৰে৷ কিন্তু তেওঁলোকৰ এনে সিদ্ধান্তই তেওঁলোকৰ সন্তানৰ জীৱন দুর্বিষহ কৰি তুলিব পাৰে৷ শেহতীয়া এক গৱেষণাত প্রকাশ পাইছে যে কিছুমান কিশোৰ–কিশোৰী পঢ়া–শুনাত যথেষ্ট তীক্ষ্ণ হ’লেও বা অন্যান্য দিশত প্রতিভাৰ অধিকাৰী হ’লেও তেওঁলোকে আনৰ পৰা আঁতৰত অৱস্থান কৰে৷