কনিষ্টবল নীৰনধৰ পাৱেক চাকৰিৰ পৰা বৰ্খাস্ত৷

1 min read

পুনৰ আন এজন আৰক্ষী কনিষ্টবলক চাকৰিৰ পৰা বৰ্খাস্ত৷ কনিষ্টবল নীৰনধৰ পাৱেক চাকৰিৰ পৰা বৰ্খাস্ত৷ গোগামুখত উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হৈছিল কনিষ্টবলজন৷ ৬ জানুৱাৰীত ধেমাজিৰ বৰদলনি আৰক্ষী চকীৰ পৰা হৈছিল গ্ৰেপ্তাৰ৷ মহিলাৰ পৰা গোচৰ মীমাংসাৰ নামত ২৫,০০০ টকা দাবী কৰিছিল নীৰনধৰ পাৱেকে৷

You May Also Like

More From Author