ব্ৰেজা আৰু গেছ চিলিণ্ডাৰ কঢ়িওৱা বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ

1 min read

গোৱালপাৰাত ভয়ংকৰ দুৰ্ঘটনা! ব্ৰেজা আৰু গেছ চিলিণ্ডাৰ কঢ়িওৱা বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ

🔴 দুৰ্ঘটনাত থিতাতে নিহত এহাল দম্পতী, আহত ৩

🔴 গোৱালপাৰাৰ আগিয়াৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা

🔴 নিহত লোকজনৰ নাম পবিত্ৰ পোদ্দাৰ, বৰ্তমানেও জানিব পৰা হোৱা নাই পত্নীৰ নাম

🔴 সংকটজন অৱস্থাত মট্টু চাহা নামৰ এগৰাকী যুৱতী

🔴 গুৱাহাটী-চাপৰ অভিমুখে গৈ আছিল ML05AA1344 ব্ৰেজা বাহনখন

You May Also Like

More From Author