APSCৰ মূল পৰীক্ষা- ৮, ৯ আৰু ১০ জুলাইত অনুষ্ঠিত হ’ব লিখিত পৰীক্ষা

1 min read

🔴 অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে লিখিব পাৰিব পৰীক্ষাৰ্থীয়ে।

🔴৭টা জ’নৰ মুঠ ১৫টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা।

🔴৯১৩টা পদৰ বাবে অনুষ্ঠিত হ’ব APSCৰ মূল পৰীক্ষা।

You May Also Like

More From Author