কাৰ্বিআংলঙত ডেংগুত আক্ৰান্ত হৈ মহিলাৰ মৃত্য….

0 min read

কাৰ্বিআংলঙত ভয়াৱহ হৈ পৰিছে ডেংগু, ডেংগুত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু হৈছে।জানিব পৰা মতে,কাৰ্বিআংলঙত ২২১ গৰাকী লোকৰ দেহত ধৰা পৰিছে ডেংগু ।ডিফুৰ দাঁতিকাষৰীয়া অঞ্চলত ডেংগুয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে ।

ঘটনাৰ পিছতে, গুৱাহাটীৰ পৰা তিনিজনীয়া বিশেষজ্ঞৰ দল গৈ উপস্হিত হৈছে ডিফুত।

You May Also Like

More From Author