গুৱাহাটীত সক্ৰিয় জাল নোট চক্ৰ..

0 min read

চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলিল এখন জেৰক্সৰ দোকানত

জাল নোট চক্ৰৰ মাষ্টাৰ মাইণ্ড ছফিকুলক গ্ৰেপ্তাৰ

দীৰ্ঘদিন ধৰি জেৰক্সৰ দোকান খুলি জালনোট ছপাইছিল মাষ্টাৰ মাইণ্ড ছফিকুলে

আৰক্ষীয়ে জব্দ কৰিছে জেৰক্স মেচিন,কেইবাখনো জালনোট

You May Also Like

More From Author