জ্যেষ্ঠ সাংবাদিক তথা নিয়মীয়া বাৰ্তা কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক সৌন্দৰ্য্য ঠাকুৰীয়াৰ দেহাৱসান। কামৰূপৰ ছয়গাঁৱৰ কুকুৰমাৰাৰ বাসিন্দা সৌন্দৰ্য্য ঠাকুৰীয়া। দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। শুকুৰবাৰে নিশা প্ৰায় ১২ বজাত মহানগৰীৰ হায়াত হাস্পতালত ৫৬ বছৰ বয়সত তেওঁৰ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁ একমাত্ৰ জীয়ৰী আৰু পত্নীক ইহসংসাৰত এৰি থৈ যায়।
জ্যেষ্ঠ সাংবাদিক তথা নিয়মীয়া বাৰ্তা কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক সৌন্দৰ্য্য ঠাকুৰীয়াৰ দেহাৱসান
Posted on by GTM Desk

1 min read