‘আৰক্ষীয়ে আচল বুলি ৰাখি থোৱা সোণ কেনেকৈ নকল হয় ?’-প্ৰশ্ন মুখ্যমন্ত্ৰীৰ
🔷 আৰক্ষীৰ খাজনাত এতিয়াৰে পৰা নাথাকিব জব্দকৃত সোণ
🔷 শিৱসাগৰৰ এজন ব্যক্তিয়ে আচল সোণৰ সলনি নকল সোণ লাভ কৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্ত
‘আৰক্ষীয়ে আচল বুলি ৰাখি থোৱা সোণ কেনেকৈ নকল হয় ?’-প্ৰশ্ন মুখ্যমন্ত্ৰীৰ
Posted on by GTM Desk
1 min read