সমষ্টি পুনঃ নিৰ্ধাৰনৰ প্ৰতিবাদত গোসাঁইগাঁৱত আদিবাসী জনগোষ্ঠীৰ উত্তাল প্ৰতিবাদত

0 min read

গোসাঁইগাঁও : ০৪ জুলাই: :সমষ্টি পুনৰ নিৰ্ধাৰনৰ প্ৰতিবাদত আজি গোসাইগাঁও মহকুমাৰ হাৰাপুটাত আদিবাসী জনগোষ্ঠীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷


সদৌ চাওঁতাল ছাত্ৰ সন্থা,সদৌ আদিবাসী ছাত্ৰ সন্থা,চাওঁতাল কলোনী গাঁওবুঢ়া সন্থা,নিখিল কুডুক ছাত্ৰ সন্থা( ওৰাং) ৰ উদ্যোগত আজি হাৰাপুটা খেলপথাৰত প্ৰতিবাদ সাৱ্যস্থ কৰে ৷ ২৮ নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টিৰ চাওঁতাল আদিবাসী ভোটাৰ সকলক বাওখুংগ্ৰী আৰু পৰ্বতঝোৰা সমষ্টিত বিভাজনৰ বিৰুদ্ধে গণ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰা হয় ।

আজিৰ কাৰ্য্যসুচীৰ পিছতো চৰকাৰে আদিবাসী সকলক বিভাজনৰ নিতি পৰিহাৰ নকৰে যদি তেনেহলে অনাগত দিনত তীব্ৰ গন আন্দোলনৰ হুংকাৰ দিয়ে জনগোষ্ঠীৰ নেতা সকলে ৷

You May Also Like

More From Author