মাত্ৰ ১০০ টকা নিদিয়াৰ বাবেই টীয়কত সংঘটিত হ’ল এক লোমহৰ্ষক হত্যাকাণ্ড। যোৱা ২৪ জুন তাৰিখে টীয়ক কলিয়াপানী মুছলিম গাঁৱৰ নিবাসী বুলুকণ আলিক একে গাঁৱৰে বাবুল আলিৰ পৰিয়ালে ১০০ টকা বিচাৰিছিল। বুবুকণ আলিয়ে বিচৰা পইচা দিবলৈ অপাৰগ হোৱাত হতাহতি লগাত বাবুল আলিৰ পৰিয়ালৰ বাবু আলি, জিতুল আলি, বিতুল আলি আৰু চফীকা
Month: July 2023
টীয়কৰ প্ৰতিবেদক ৩০ জুন /২৩ ডাঙৰ চাকৰি কৰি কেৱল নিজৰ সম্পত্তি,নিজৰ সামাজিক মৰ্যদা,নিজৰ পৰিয়াল তথা নিজৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত আদিবোৰৰ মাজতে ব্যস্ত নাথাকি সামাজিক দ্বায়বদ্ধতাৰ বিশেষভাৱে চৰ্চালৈ আহিছে যোৰহাটৰ এগৰাকী চৰকাৰী বিষয়া।হয়,বৰ্তমান ডিজিটেল যুগ।শিশুসকলক সৰুৰে পৰা ডিজিটেল পৃথিৱীৰ সৈতে চিনাকী কৰিবলৈ শিক্ষা বিভাগে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিছে।এনে সময়তে নিজৰ ব্যস্ততাপূৰ্ণ
টীয়কৰ প্ৰতিবেদক ৩০ জুন /২৩ গুৱাহাটী মহানগৰীৰ পাছত এইবাৰ টীয়কত ফুটিল পানীৰ পাইপ l মুখ্যমন্ত্ৰীৰ হুংকাৰৰ পিছতো গা নলৰিক NHIDCL ৰ। পুনৰ নিম্নমানৰ কামৰ বাবে মেৰামতিৰ ২৪ ঘণ্টা পাৰ নৌ হওঁতেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হ’ল বৃহৎ গাঁত। টীয়কৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তলেৰে যোৱা পানী পৰিবাহী পাইপ ফাটি
নগাঁও,৩০জুন :- আধ্যাত্মিকসত্ত্বাৰ আত্মা স্বৰূপ বৈদিক সনাতন ধৰ্মৰ নীতি আৰু আদৰ্শক সাৰোগত কৰি স্থাপন হোৱা নগাঁও জিলাৰ কেন্দ্ৰীয় ব্ৰাহ্মণ সমাজ,হাতীচোঙৰ বৈদিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত হাতীচোঙৰ সঞ্জীৱনী সংস্কৃত টোল প্ৰাংগণত শুক্ৰবাৰে শ্ৰীশ্ৰী বিষ্ণু বিগ্ৰহ ভাগ প্ৰতিষ্ঠা কৰা হয় । শ্ৰীশ্ৰী বিষ্ণু বিগ্ৰহ ভাগ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি বিশ্ব শান্তিৰ কামনাৰে
নিউজ ব্যুৰ’,নগাঁও,৩০জুন:–নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী ৰাইদঙীয়াৰ অগ্ৰণী সামাজিক সংগঠন “সহোদৰ”ৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক “সহোদৰ শৈক্ষিক বঁটা – ২০২৩”এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৃহস্পতিবাৰে প্ৰদান কৰা হয় । এই উপলক্ষে আইভেটি গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত বৃহত্তৰ ৰাইডঙীয়া অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ ভিতৰত শ্ৰেষ্ঠ নম্বৰ প্ৰাপ্ত গৰাকীক এই বঁটা প্ৰদান কৰা হয় । উল্লেখ্য যে এই