Advertisement

Month: July 2023

টীয়কত ১০০ টকাৰ বাবেই মৰিয়াই হত্যা এজনক; পুৰুষ, মহিলা, শিশু মিলি হত্যা কৰিলে যুৱকক

টীয়কত ১০০ টকাৰ বাবেই মৰিয়াই হত্যা এজনক; পুৰুষ, মহিলা, শিশু মিলি হত্যা কৰিলে যুৱকক

মাত্ৰ ১০০ টকা নিদিয়াৰ বাবেই টীয়কত সংঘটিত হ’ল এক লোমহৰ্ষক হত্যাকাণ্ড। যোৱা ২৪ জুন তাৰিখে টীয়ক কলিয়াপানী মুছলিম গাঁৱৰ নিবাসী বুলুকণ আলিক একে গাঁৱৰে বাবুল আলিৰ পৰিয়ালে ১০০ টকা বিচাৰিছিল।

চৰকাৰী কৰ্মচাৰীৰ মহানুভৱতা; জীৱনৰ আদিপাঠ শিকা বিদ্যালয়ত নিৰ্মাণ কৰিলে অত্যাধুনিক শ্ৰেণী কোঠা 

চৰকাৰী কৰ্মচাৰীৰ মহানুভৱতা; জীৱনৰ আদিপাঠ শিকা বিদ্যালয়ত নিৰ্মাণ কৰিলে অত্যাধুনিক শ্ৰেণী কোঠা 

টীয়কৰ প্ৰতিবেদক ৩০ জুন /২৩ ডাঙৰ চাকৰি কৰি কেৱল নিজৰ সম্পত্তি,নিজৰ সামাজিক মৰ্যদা,নিজৰ পৰিয়াল তথা নিজৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত আদিবোৰৰ মাজতে ব্যস্ত নাথাকি সামাজিক দ্বায়বদ্ধতাৰ বিশেষভাৱে চৰ্চালৈ আহিছে যোৰহাটৰ এগৰাকী

গুৱাহাটী মহানগৰীৰ পাছত এইবাৰ টীয়কত ফুটিল পানীৰ পাইপ

গুৱাহাটী মহানগৰীৰ পাছত এইবাৰ টীয়কত ফুটিল পানীৰ পাইপ

টীয়কৰ প্ৰতিবেদক ৩০ জুন /২৩ গুৱাহাটী মহানগৰীৰ পাছত এইবাৰ টীয়কত ফুটিল পানীৰ পাইপ l মুখ্যমন্ত্ৰীৰ হুংকাৰৰ পিছতো গা নলৰিক NHIDCL ৰ। পুনৰ নিম্নমানৰ কামৰ বাবে মেৰামতিৰ ২৪ ঘণ্টা পাৰ নৌ

নগাঁৱৰ হাতীচোঙত শ্ৰীশ্ৰী বিষ্ণু বিগ্ৰহ প্ৰতিষ্ঠা,তিনিদিনীয়াকৈ মহা বিষ্ণু যজ্ঞ আৰম্ভ

নগাঁৱৰ হাতীচোঙত শ্ৰীশ্ৰী বিষ্ণু বিগ্ৰহ প্ৰতিষ্ঠা,তিনিদিনীয়াকৈ মহা বিষ্ণু যজ্ঞ আৰম্ভ

  নগাঁও,৩০জুন :- আধ্যাত্মিকসত্ত্বাৰ আত্মা স্বৰূপ বৈদিক সনাতন ধৰ্মৰ নীতি আৰু আদৰ্শক সাৰোগত কৰি স্থাপন হোৱা নগাঁও জিলাৰ কেন্দ্ৰীয় ব্ৰাহ্মণ সমাজ,হাতীচোঙৰ বৈদিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত হাতীচোঙৰ সঞ্জীৱনী সংস্কৃত টোল প্ৰাংগণত

নগাঁৱৰ ৰাইদঙীয়াত “সহোদৰ”ৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক “সহোদৰ শৈক্ষিক বঁটা–২০২৩” প্ৰদান

নগাঁৱৰ ৰাইদঙীয়াত “সহোদৰ”ৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক “সহোদৰ শৈক্ষিক বঁটা–২০২৩” প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,৩০জুন:–নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী ৰাইদঙীয়াৰ অগ্ৰণী সামাজিক সংগঠন “সহোদৰ”ৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক “সহোদৰ শৈক্ষিক বঁটা – ২০২৩”এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৃহস্পতিবাৰে প্ৰদান কৰা হয় । এই উপলক্ষে আইভেটি গাঁও পঞ্চায়তৰ