বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ কেইজনমান খেলুৱৈক চীনে “ষ্টেপল্ড ভিছা” প্ৰদান কৰাৰ বাবে চীনক তীব্ৰ সমালোচনা কৰি এই পদক্ষেপক “গ্ৰহণযোগ্য নহয়” বুলি অভিহিত কৰিছে ভাৰত চৰকাৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে
Month: July 2023
অসম মাতৃৰ বীৰ ছহিদ সুনীল কলিতালৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী মেডেল। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৮৫সংখ্যক প্ৰতিষ্ঠা দিৱসত মৰণোত্তৰভাৱে প্ৰদান কৰে এই সন্মান। ছহিদগৰাকীৰ পত্নীয়ে গ্ৰহণ কৰে সন্মান। ২০১৯ চনত মাওবাদীৰে সংঘৰ্ষত
আঠমহীয়া পুত্ৰ সন্তানক বিক্ৰী কৰি আইফ’ন ১৪’ ক্ৰয় এগৰাকী মহিলাৰ। ছ’চিয়েল মিডিয়াৰ বাবেই পশ্চিম বংগৰ উত্তৰ পৰাগনাত সংঘটিত হৈছে এক নঘটিবলগীয়া ঘটনা।ইনষ্টাগ্ৰামত ৰীল বনাবলৈ এগৰাকী মহিলাই ‘আইফ’ন ১৪’ ক্ৰয় কৰিছে।
শেহতীয়াকৈ গুৱাহাটীৰ সুক্ৰেশ্বৰ মন্দিৰত সংঘটিত এক ঘটনাৰ এটা ভিডিঅ’ই পুনৰ চৰ্চা লাভ কৰিছে। য’ত দেখা গৈছে যে এগৰাকী যুৱতীক হাফপেণ্ট পিন্ধাৰ বাবে এগৰাকী মহিলাই মন্দিৰ চৌহদৰ পৰা ঠেলি উলিয়াই দিছে।
আজিৰে পৰা ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া শৃংখলা। অনুশীলনত ব্যস্ত টীম ইণ্ডিয়া।