Advertisement

Month: July 2023

সপোনত ‘সুৰা’ দেখা পাইছে নেকি? যদি দেখিছে তেন্তে…

সপোনত ‘সুৰা’ দেখা পাইছে নেকি? যদি দেখিছে তেন্তে…

সপোনত সুৰাৰ দোকান দেখা পালেঃ যদি আপুনি সপোনত সুৰাৰ (Liquor) সম্পূৰ্ণ এখন দোকান দেখা পাইছে তেন্তে এই সপোনটো শুভ বুলি ক’ব নোৱাৰি। ই আহিবলগীয়া সময়ত আপোনাক আৰ্থিক লোকচান হোৱাৰ ইংগিত

ন- বোৱাৰীৰ আত্মহত্যা, স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

ন- বোৱাৰীৰ আত্মহত্যা, স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত এৰাধলৰ হেৰামত গাওঁত মঙলবাৰে এগৰাকী নৱ বিবাহিতা বোৱাৰীৰ আত্মহত্যা ঘটনাকলৈ সম্প্ৰতি অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ তথ্য মতে হেৰাম গাওঁৰ পৰাগজ্যোতি দত্তৰ নৱ বিবাহিতা পত্নী

ট্রিপল মাৰ্ডাৰঃ নাজিবুৰৰ মাতৃ-ভাতৃক আটক আৰক্ষীৰ

ট্রিপল মাৰ্ডাৰঃ নাজিবুৰৰ মাতৃ-ভাতৃক আটক আৰক্ষীৰ

গোলাঘাটৰ ট্রিপল মাৰ্ডাৰত জড়িত নাজিবুৰ ৰহমানৰ ভাতৃ আৰু মাতৃক আটক কৰিছে আৰক্ষীয়ে। নাজিবুৰৰ জ্যেষ্ঠ ভাতৃ হিজবুল ৰহমান আৰু মাতৃক সোধাপোছাৰ বাবে আৰক্ষীয়ে বৃহস্পতিবাৰৰ সন্ধিয়া আটক কৰে। আত্মগোপন কৰি থকা অৱস্থাত

৩০ জুলাইত উদ্বোধন হ’ব অসম বিধানসভাৰ নতুন ভৱন

৩০ জুলাইত উদ্বোধন হ’ব অসম বিধানসভাৰ নতুন ভৱন

অসম বিধানসভাৰ নৱ-নিৰ্মিত ভৱনটো উদ্বোধন হ’ব অহা ৩০ জুলাইত। এই নতুন ভৱনটো উদ্বোধন কৰিব লোকসভাৰ অধ্যক্ষ ঔম বিৰলাই। বিধানসভাৰ এই স্থায়ী ভৱনটো নিৰ্মাণৰ দায়িত্বত আছিল ছিমফ্লেক্স ষ্ট্ৰাক্সাৰ। ১৮,৪৫৯ বৰ্গ মিটাৰৰ

পঞ্চম দিনাও শ-শ প্ৰতিবাদীয়ে কঁপালে নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰ

পঞ্চম দিনাও শ-শ প্ৰতিবাদীয়ে কঁপালে নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰ

সংসদত নামৰূপ সাৰ কাৰখানা বন্ধ হ’ব বুলি ঘোষণা কৰাৰ পিছত শনিবাৰৰ পৰা নামৰূপৰ লগতে অসমৰ বিভিন্ন ঠাইত কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰম্ভ হয়। নামৰূপ সাৰ কাৰখানাৰ মুখ্য