মঙলবাৰে এই কথা জনালে কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী মনসুখ মাণ্ডবিয়াই। তেওঁ কয় এই উদ্যোগটো আধুনিকীকৰণ কৰা হ’ব। ইয়াৰোপৰি ইয়াত স্থানীয় লোকসকলে কৰ্মসংস্থাপন লাভ কৰিব। এই উদ্যোগত উৎপাদিত হ’ব ইউৰিয়া আৰু নেন’ ইউৰিয়া। লগতে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ইয়াৰ দ্বাৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকল ইয়াৰ পৰা লভৱান হ’ব। উল্লেখ্য যে,
Month: July 2023
ভয়ংকৰ বনজুই! উত্তৰ আফ্ৰিকাৰ আলজেৰিয়া ভয়ংকৰ বনজুই । দেশজুৰি বিয়পি পৰা এই বনজুইত ৩৪ জন লোকৰ মৃত্যু আৰু বহু লোক আহত হয়। ইয়াৰ উপৰিও বনজুইৰ বাবে হাজাৰ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। এই অগ্নিকাণ্ডত বহু পৰিমাণে বনাঞ্চল, শস্য আৰু কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। হাজাৰ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ
আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী সংগঠনৰে জড়িত ২ জন সদস্য। জম্মু-কাশ্মীৰত চাক টাপৰ ক্ৰী অঞ্চলত চলা আৰক্ষীৰ এক অভিযানত নিষিদ্ধ ঘোষিত সংগঠন লস্কৰ-ই-তৈবাৰে জড়িত ২ ধৃতক গ্ৰেপ্তাৰ কৰে। উক্ত অঞ্চলটোৰ এখন গাঁৱৰ মাজৰে আহি থকা অৱস্থাত সদস্যৰ আচৰণবিধি সন্দৰ্ভত আৰক্ষীৰ সন্দেহ ওপজে। সেয়ে আৰক্ষীয়ে লোক দুজনৰ পৰিচয় সন্দৰ্ভত জানিবৰ বাবে চেষ্টা
সোণাপুৰত নকল সোণৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত জব্দ নকল সোণসহ নগদ ধন কৰিছে আৰক্ষীয়ে। তদুপৰি ঘটনাৰে জড়িত থকাৰ অভিযোগত আটক কৰিছে এজনক। আটকাধীন নকল সোণৰ ব্যৱসায়ী হ’ল চাহজাহান আলী। চাহজাহান আলীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৩খন নকল সোণৰ বিস্কুট আৰু ৪২ হাজাৰ টকা। ঘটনা সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে আৰক্ষীৰ
মণিপুৰৰ চান্দেল জিলাত ৩০১টা শিশু আৰু ২০৮গৰাকী মহিলাকে ধৰি ৭১৮গৰাকী ম্যানমাৰ নাগৰিকে প্ৰৱেশ কৰিছে বুলি সোমবাৰে এগৰাকী বিষয়াই প্ৰকাশ কৰে। ইপিনে, মণিপুৰত গোষ্ঠী সংঘাত এতিয়াও চলি আছে। মণিপুৰৰ মুখ্য সচিব বিনীত যোশীয়ে এক বিবৃতিত কয় যে ৰাজ্য চৰকাৰে ম্যানমাৰৰ নাগৰিকসকলক ঘূৰাই পঠিয়াবলৈ আছাম ৰাইফলছক নিৰ্দেশ দিছে। যোশীয়ে কয় যে চৰকাৰে