Month: July 2023

বিশ্বৰ ৬০% লোক সামাজিক মাধ্যমত সক্রিয়: প্ৰতিবেদন

বিশ্বৰ ৬০% লোক সামাজিক মাধ্যমত সক্রিয়: প্ৰতিবেদন

সমগ্র বিশ্বৰ ৬০% তকৈ অধিক লোক সামাজিক মাধ্যমত সক্ৰিয় । এটা অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে। ডিজিটেল পৰামৰ্শদাতা ফাৰ্ম কেপিয়ছে প্ৰকাশ কৰা তথ্য অনুসৰি বিশ্বক সামাজিক মাধ্যমত ব্যস্ত থাকা লোকৰ সংখ্যা যোৱা বছৰৰ তুলনাত ৩.৭% বৃদ্ধি পাইছে। সামাজিক মাধ্যম ব্যৱহাৰ কৰিবলৈ ইণ্টাৰনেট ব্যৱহাৰ কৰা লোকৰ সংখ্যা ৫১৯ কোটি,

এখন তিনি ফুটীয়া লোকৰ গাঁও, ক’ত আছে এইখন জানেনে?

এখন তিনি ফুটীয়া লোকৰ গাঁও, ক’ত আছে এইখন জানেনে?

পৃথিৱীত এনেকুৱা কিছুমান স্থান আছে যিবোৰ বিচিত্র ধর্মী। তেনে এখন গাঁও আছে চীনৰ চিচুৱান প্ৰদেশত । য়াংচী নামৰ এই গাঁওখনক বহুতে অভিশপ্ত বুলিও ক’ব খোজে। ইয়াৰ কাৰণ হ’ল গাঁওখনৰ লোক সকলৰ শাৰীৰিক উচ্চতা। গাঁওখনৰ কোনো এজন লোকৰে উচ্চতা তিনি ফুটতকৈ অধিক নহয়। আটাইতকৈ আচৰিত কথাটো হ’ল গাঁওখনৰ শিশুবোৰৰ উচ্চতা সাত

“মোক অসমৰ ৰাইজে নিৰাপত্তা দিব”- আলফাক প্ৰত্যুত্তৰ ডিজিপিৰ

“মোক অসমৰ ৰাইজে নিৰাপত্তা দিব”- আলফাক প্ৰত্যুত্তৰ ডিজিপিৰ

এনকাউণ্টাৰক লৈ আলফা (স্বাধীন)ই দিয়া শেষ সকীয়নিৰ কঠোৰ প্ৰত্যুত্তৰ দিলে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। সংবাদ মাধ্যমৰ আগত আলফাৰ সকীয়নি সন্দৰ্ভত স্পষ্ট মত প্রকাশ কৰি অসম আৰক্ষীৰ শীর্ষ বিষয়াজনে কয় যে তেওঁৰ বাবে এনে ধৰণৰ ভাবুকি বা সকীয়নি কোনো ধৰণৰ নতুন বিষয় নহয়। ইয়াত কোনো নতুনত্ব নাই। দীঘলীয়া চাকৰি

DGP জি পি সিঙে ছচিয়েল মিডিয়াযোগে সদৰি কৰিছে গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ সমগ্ৰ ঘটনাক্ৰম…

  এটা দুটা নহয়, একেলগে তিনিটাকৈ হত্যাকাণ্ডৰ লোমহৰ্ষক ঘটনাই মন–মগজু জোকাৰি গৈছে প্ৰতিজন লোকৰ। নাজিবুৰ ৰহমান বৰা নামৰ লোকজনে পত্নী, শাহু আৰু শহুৰেকক নৃশংসভাৱে হত্যা কৰি কণমানি সন্তানক কোলাত লৈ আত্মসমৰ্পণ কৰে থানাত। প্ৰাথমিক তদন্তত আৰক্ষীয়ে এয়া পাৰিবাৰিক কন্দলৰ পৰিণতি বুলিয়ে সন্দেহ প্ৰকাশ কৰিছে। সমগ্ৰ ঘটনাৰ তদন্ত অ‍ব্যাহত ৰাখিছে আৰক্ষীয়ে।