Month: July 2023

Google ত ভুলতো এইবোৰ চাৰ্চ নকৰিব…

Google ত ভুলতো এইবোৰ চাৰ্চ নকৰিব…

Google Search সঁচাকৈয়ে স্মাৰ্ট বন্ধুৰ দৰে যিয়ে বহুত বস্তু বিচাৰি উলিওৱাত সহায় কৰে। যদি আপোনাৰ কোনো প্ৰশ্ন আছে বা কিবা এটা বিচাৰিবলৈ সহায়ৰ প্ৰয়োজন হয় তেন্তে আপুনি Google Search সুধিব পাৰে আৰু ই আপোনাক উত্তৰ দিবলৈ চেষ্টা কৰিব। কিন্তু মনত ৰাখিব, সঠিক প্ৰশ্ন সুধি সঠিকভাৱে ব্যৱহাৰ কৰিলেহে ই সহায়ক হ’ব

সাৱধান! জনছন এণ্ড জনছন বেবী পাউদাৰৰ পৰা হ’ব পাৰে কেঞ্চাৰ

সাৱধান! জনছন এণ্ড জনছন বেবী পাউদাৰৰ পৰা হ’ব পাৰে কেঞ্চাৰ

শিশুৰ বাবে ব্যৱহাৰ কৰা জনছন এণ্ড জনছন পাউদাৰক লৈ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। শিশুৰ নিৰাপত্তাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ। লগতে এই পাউদাৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানক মোটা অংকৰ জৰিমনা বিহা হৈছে। সম্প্ৰতি আমেৰিকাৰ এটা ঘটনা পোহৰলৈ আহিছে। জনছন এণ্ড জনছনৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ। সম্প্ৰতি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত এজন ব্যক্তিয়ে অভিযোগ

দলৰ পৰা নিলম্বিত হ’ল বিজেপিৰ অ’বিচি মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি লাচিত গগৈ

দলৰ পৰা নিলম্বিত হ’ল বিজেপিৰ অ’বিচি মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি লাচিত গগৈ

এক জাননী যোগে এই কথা সদৰী কৰিলে দলটোৰ অসম প্ৰদেশ কমিতিয়ে। উল্লেখ্য এটা ভাইৰেল অডিঅ’ত নেতা জনৰ নাম চৰ্চালৈ আহিছিল। চুপাৰী ছিণ্ডিকেটৰ বাবে কাৰ্বি আংলং আৰক্ষী অধীক্ষকক আটাছু নেতা মিলন বুঢ়াগোহাঁইৰ জৰিয়তে ধন দিয়া বুলি চৰ্চা হৈছিল অডিঅ’টোত। যাৰ বাবে কাৰ্বি আংলং আৰক্ষীয়ে চৰাইদেউ জিলাৰ কচুমাৰীৰ পৰা আটক কৰিছিল বিজেপি

২৫ জুলাইলৈ হ’ব ধাৰাষাৰ বৰষুণ!

২৫ জুলাইলৈ হ’ব ধাৰাষাৰ বৰষুণ!

২৩ জুলাইৰ পৰা আগন্তুক ২৫ জুলাইলৈ অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত বিচ্ছিন্ন ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দেওবাৰে অৰ্থাৎ ২৩ জুলাইত নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে। এই ৰাজ্যসমূহত IMDএ হালধীয়া সতৰ্কতাৰে স্থানীয় বতৰৰ পৰিস্থিতিৰ বিষয়ে সজাগ হ’বলৈ আহ্বান জনাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ, গুৱাহাটীৰ ৱেবচাইটৰ পৰা

গুজৰাটত মহাপ্ৰলয়!

গুজৰাটত মহাপ্ৰলয়!

ডাৱৰ বিস্ফোৰণৰ জলপ্ৰলয় জুনাগড় চহৰত। পাহাৰৰ পৰা বৈ অহা পানীয়ে উটুৱাই নিলে যানবাহন। ৫-৬ ফুট পৰ্যন্ত পানীৰ তলত চহৰখনৰ প্ৰায় অঞ্চল।