শনিবাৰে প্ৰকাশ পোৱা বাতৰি অনুসৰি মহাৰাষ্ট্ৰৰ ৰাইগাডত হোৱা ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৬ লৈ বৃদ্ধি পাইছে। তৃতীয় দিনৰ উদ্ধাৰ অভিযানত শনিবাৰে ধাৰাসাৰ বৰষুণৰ মাজতে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে আৰু চাৰিটা মৃতদেহ উদ্ধাৰ কৰে। ৮২ জন লোকৰ সন্ধানহীন লোকৰ সন্ধান এতিয়াও অব্যাহত আছে। মহাৰাষ্ট্ৰৰ ৰায়গদ জিলাৰ খালাপুৰ তহচিলৰ ইৰশালৱাড়ী
Month: July 2023
আজাৰাস্থিত পেপছিক’ কোম্পানীত সংঘটিত হৈছে এই অঘটন। আজাৰাস্থিত এই কোম্পানীটোত কৰ্মৰত হৈ থকা প্ৰণৱজ্যোতি হাজৰিকা নামৰ ১৩ বছৰীয়া কিশোৰ শ্ৰমিকজনৰ আজি মৃত্যু হয়। ইয়াকে লৈ কোম্পানীটোত সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতি। অভিযোগ অনুসৰি কোম্পানীটোৱে শ্ৰমিক প্ৰণৱজ্যোতিৰ মৃত্যুৰ ঘটনাক গাপ দিবলৈ চেষ্টা কৰিছিল। আনহাতে মাত্ৰ ১৩ বছৰীয়া কিশোপ প্ৰণৱজ্যোতিক কিদৰে প্ৰতিষ্ঠানটোৱে
উত্তৰাখণ্ডৰ এগৰাকী সংগীত শিক্ষকে সমাজৰ কেতবোৰ বাধা–নিষেধ একাষৰীয়া কৰি উদযাপন কৰিলে কিশোৰী কন্যাৰ প্ৰথম পিৰিডয়ছ। উধম সিং নগৰৰ বাসিন্দা জিতেন্দ্ৰ জমকালোৱে এটা পাৰ্টীৰ আয়োজন কৰিলে কন্যা ৰাগিণীৰ প্ৰথম ঋতুস্ৰাৱ অভিজ্ঞতা প্ৰাপ্তি উপলক্ষে। সৰুৰে পৰা এই সোঁতৰ বিপৰীতে যোৱাৰ এক প্ৰৱণতা আছিল শিক্ষকজনৰ। তেওঁ দেখি আহিছিল কিদৰে কিশোৰীসকলক দূৰত ৰখা হৈছিল।
IPS বিষয়াৰ হাতৰ পৰা কাঢ়ি নিলে চোৰে মোবাইল, গুৱাহাটীত মৰ্ণিং ৱাকলৈ যোৱাৰ সময়তে চোৰে কাঢ়ি নিলে IPS বিবেকৰাজ সিঙৰ হাতৰ পৰা মোবাইল
তেজপুৰত বজ্ৰপাতত দুজন নিহত. ৫ জন লোক আহত। বান্দৰমাৰী শামুকীয়াত সংঘটিত হয় এই শোকাৱহ ঘটনা। বজ্ৰপাতত নিহত লোক দুজন ধীৰেণ মুণ্ডা আৰু মন্টু মুণ্ডা বুলি চিনাক্ত কৰা হৈছে। আনহাতে আহত পাঁচজনৰ পৰিচয় এইপৰ্যন্ত জানিব পৰা হোৱা নাই ৷ আহত আটাইকে TMCH ত ভৰ্তি কৰোৱা হৈছে৷ ঘটনাৰ সময়ত আটাইকেইজনে পথাৰত কঠিয়া