Month: July 2023

হেৰাপতীৰ সোণাই নদীত পুৱা মৃতদেহ উদ্ধাৰ।

হেৰাপতীৰ সোণাই নদীত পুৱা মৃতদেহ উদ্ধাৰ।

পুৱা প্ৰাতঃভ্ৰমণলৈ যোৱা লোকে প্ৰথমতে সোণাই নদীৰ পানীত উপঙি থকা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰে। পৰৱৰ্তী সময়ত স্থানীয় হয়বৰগাঁও আৰক্ষীক ৰাইজে খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটো কাতিমাৰী গাঁৱৰ জুলফিকাৰ ইছলাম বুলি চিনাক্ত কৰিছে ৰাইজে। ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ পেৰণ কৰা হৈছে।

হায় মানৱতা! মণিপুৰৰ ৰাজপথত দুই কুকি মহিলাক উলংগ কৰি সমদল; ছ’চিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল

হায় মানৱতা! মণিপুৰৰ ৰাজপথত দুই কুকি মহিলাক উলংগ কৰি সমদল; ছ’চিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল

গোষ্ঠীসংঘৰ্ষত অশান্ত মণিপুৰত ভয়ংকৰ ঘটনাৰ ভিডিঅ’ এটি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত দুগৰাকী মহিলাক উলংগ অৱস্থাত ৰাজপথত সমদল কৰি নি আছে একাংশ লোকে। মহিলা দুগৰাকীক খেতিপথাৰলৈ নি দলবদ্ধ ধর্ষণ কৰি এনেদৰে ৰাজপথত উলংগ অৱস্থাত সমদল কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পিছতেই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইণ্ডিজিনিয়াছ ট্রাইবেল লীডাৰ্ছ

শিশুৰ মুণ্ডন সংস্কাৰ কিয় প্ৰয়োজনীয়? জন্মৰ কিমান দিন পিছত কৰিব লাগে মুণ্ডন সংস্কাৰ

শিশুৰ মুণ্ডন সংস্কাৰ কিয় প্ৰয়োজনীয়? জন্মৰ কিমান দিন পিছত কৰিব লাগে মুণ্ডন সংস্কাৰ

হিন্দু ধৰ্মত শিশুক সংস্কৃতিৱান আৰু মানসিক-শাৰীৰিকভাৱে উপযুক্ত কৰি তুলিবলৈ ষোল্লটা আচাৰ-ব্যৱহাৰ পলন কৰা হয়। ইয়াৰ ভিতৰত অষ্টম ৰীতি হৈছে চুড়কৰ্মা সংস্কাৰ, যাক মুণ্ডন বুলিও কোৱা হয়। শাস্ত্ৰত লিখা আছে – তেন তে আয়ুষে বাপমি সুষ্লোকয়া স্বস্তে। অৰ্থাৎ লৌকিক আচাৰ-ব্যৱহাৰেৰে ব্যক্তিয়ে দীৰ্ঘায়ু পায়। শিশুৰ গৰ্ভাৱস্থাৰ অশুদ্ধি আঁতৰাবলৈ মুণ্ডন সংস্কাৰ কৰা হয়,

কোন আছিল মহাত্মা বুদ্ধ, বুদ্ধৰ শিক্ষা আৰু বৈবাহিক জীৱনৰ বিষয়ে জানো আহক

কোন আছিল মহাত্মা বুদ্ধ, বুদ্ধৰ শিক্ষা আৰু বৈবাহিক জীৱনৰ বিষয়ে জানো আহক

গৌতম বুদ্ধৰ জন্ম খ্ৰীষ্টপূৰ্ব ৫৬৩ চনত হোৱা বুলি কোৱা হয়। তেওঁৰ জন্ম কপিলবস্তুৰ লুম্বিনিত। বৰ্তমান এই ঠাইখন নেপালত। মাত্ৰ ২৯ বছৰ বয়সতে বুদ্ধই নিজৰ ঘৰ ত্যাগ কৰি ঐশ্বৰিক জ্ঞানৰ সন্ধানত ৰাওনা হয়। বুদ্ধই সমগ্ৰ বিশ্বৰ মানুহৰ মাজত অহিংসা, শান্তি, প্ৰেম, সদিচ্ছা আৰু ত্যাগৰ বাৰ্তা দি সমাজত বিয়পি পৰা দুষ্টতা দূৰ

শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি কমাবলৈ খাওক এই ৫ টা খাদ্যৰ মিশ্ৰণ

শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি কমাবলৈ খাওক এই ৫ টা খাদ্যৰ মিশ্ৰণ

যদি আপুনি ওজন কমাব বিচাৰে তেন্তে খাদ্যৰ তালিকাখন সঠিক ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। কিছুমান খাদ্যৰ মিশ্ৰণে (Weight Loss Foods) ওজন হ্ৰাস কৰাত সহায় কৰে। এই খাদ্যসমূহ একেলগে খালে চৰ্বি সোনকালে কমে। এই খাদ্যসমূহে চৰ্বি হ্ৰাস কৰাৰ লগতে পেশীও বৃদ্ধি কৰে। যাৰ বাবে শৰীৰ শক্তিশালী হৈ থাকে। ৫ টা এনে খাদ্য মিশ্ৰণৰ