শেহতীয়াকৈ হেনলী পাচপৰ্ট ইনডেক্সে প্ৰকাশ কৰা তথ্য অনুসৰি ১৯৯খন দেশৰ ভিতৰত ভাৰতীয় পাছপ’ৰ্টে ৮০ সংখ্যক স্থান দখল কৰে। ২০২২ত এই একেটা প্ৰতিষ্ঠানেই প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতীয় পাছপ’ৰ্টৰ স্থান আছিল ৮৫ ।পাছপ’ৰ্ট সূচাংক প্ৰকাশ কৰা এই প্ৰতিষ্ঠানতোৰ তথ্য অনুসৰি ভাৰতৰ লগতে চেনেগাল আৰু টগো দেশৰ পাছপ’ৰ্টেও ৮০ সংখ্যক স্থান দখল
Month: July 2023
ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বী তপন ডেকাৰ বাসগৃহত সংঘটিত হ’ল চুৰিকাণ্ড আই বি মুৰব্বীগৰাকীৰ গুৱাহাটীৰ দিশপুৰত থকা বাসগৃহত দেওবাৰৰ নিশাই প্ৰৱেশ কৰিছিল চোৰে। খোদ আই বিৰ মুৰব্বীগৰাকীৰ বাসগৃহত চোৰ প্ৰৱেশৰ এই ঘটনা দিশপুৰ আৰক্ষীয়ে গোপন কৰি ৰাখিবলৈ চেষ্টা কৰিছিল যদিও স্থানীয় এক সূত্ৰই এই কথা সদৰী কৰিছে। অৱশ্যে চোৰে বিষয়াগৰাকীৰ বাসগৃহৰ
আক্ৰমণত আহত হয় দুজনকৈ লোক। মঙলবাৰে সন্ধিয়া জম্মু-কাশ্মীৰৰ অনন্তনাগ চহৰত সংঘটিত হয় এই ঘটনা। অঞ্চলটোত সন্ত্ৰাসবাদীৰ গুলীচালনাৰ ঘটনা সংঘটিত কৰাত আতংকৰ সৃষ্টি হয় অঞ্চলবাসীৰ মাজত। এই ঘটনাত আহত লোকদুজন শ্ৰমিক বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আঘাতপ্ৰাপ্ত লোক দুজনক সংকটজনক অৱস্থাত এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। পিছে গুৰুতৰ কথাটো হ’ল
নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বত গঠন কৰা হৈছে বিশেষ তদন্তকাৰী দলটো। এছ আই টিৰ যথোপযুক্ত তদন্তৰ জৰিয়তে ধনটি হীৰাৰ পৰিয়ালৰ সন্দেহ দূৰ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে। উল্লেখ্য যে, ১৬ জুলাই দেওবাৰে নিশা খাটোৱালৰ বৰভেটিত সংঘটিত পথ দুৰ্ঘটনাত ৰহস্যজনকভাৱে মৃত্যু হৈছিল ধনটি হীৰাৰ। তেওঁ এটা ব্যক্তিগত
মৰিগাঁও পৰিবহন বিভাগৰ উদ্যোগত আৰক্ষীৰ যান বাহন শাখাৰ সহযোগত অনুষ্ঠিত হয় পথ সজাগতা সভাত, মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথ উপস্থিতিত থাকি সকলোকে যান বাহন আইন মানি চলিবলৈ আহ্বান জনায় ৷ মৰিগাঁও পৰা মনোৰঞ্জন মহন্তৰ ৰিপোৰ্ট